কংগ্ৰেছত যোগদান কৰিব অল্কা লাম্বাই !! - আম আদমি পাৰ্টী
কংগ্ৰেছৰ অন্তৱৰ্তী সভাপতি চোনিয়া গান্ধীক সাক্ষাৎ আম আদমি পাৰ্টিৰ বিসম্বাদী বিধায়িকা অল্কা লাম্বাৰ

কংগ্ৰেছত যোগদান কৰিব অল্কা লাম্বায়ে!!
নেশ্যনেল ডেস্ক, 3 চেপ্তেম্বৰঃ আম আদমি পাৰ্টিৰ বিসম্বাদী বিধায়িকা অল্কা লাম্বাই মঙলবাৰে সাক্ষাৎ কৰে কংগ্ৰেছৰ অন্তৱৰ্তী সভাপতি ছোনিয়া গান্ধীক ৷ কংগ্ৰেছত যোগদান কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে চান্দনী চ’কৰ বিধায়িকা অল্কা লাম্বাৰ ৷ কেবামাহ ধৰি আম আদমি পাৰ্টিৰ সৈতে বিসম্বাদত লিপ্ত হৈ আছিল বিধায়িকা গৰাকী ৷ ছোনিয়া গান্ধীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে বিধায়িকা গৰাকীয়ে ৷ উল্লেখযোগ্য যে, 2020ত আনুষ্ঠিত হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচন ৷
ALKA LAMBA MEETS SONIA GANDHI, LIKELY TO JOIN CONGRESS
কংগ্ৰেছত যোগদান কৰিব অল্কা লাম্বায়ে!!
নেশ্যনেল ডেস্ক, 3 চেপ্তেম্বৰঃ আম আদমি পাৰ্টীৰ বিসম্বাদী বিধায়িকা অল্কা লাম্বায়ে মঙলবাৰে সাক্ষাত কৰে কংগ্ৰেছৰ অন্তৱৰ্তী সভাপতি চোনিয়া গান্ধীক ৷ কংগ্ৰেছত যোগদান কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে চান্দনী চ’কৰ বিধায়িকা গৰাকীয়ে অল্কা লাম্বাৰ ৷ বহু মাহ জুৰি আম আদমি পাৰ্টীৰ সৈতে বিসম্বাদত লিপ্ত হৈ আছিল বিধায়িকা গৰাকী ৷ চোনিয়া গান্ধীক তেওঁৰ বাসগৃহত সাক্ষাত কৰে বিধায়িকা গৰাকীয়ে ৷
উল্লেখযোগ্য যে, 2020ত আনুষ্ঠিত হ’ব দিল্লীৰ বিধানসভা নিৰ্বাচন ৷