ETV Bharat / bharat

ঘৰুৱা হিংসা ৰোধ কৰি শিশুক সুস্থ বাতাবৰণ দিবলৈ আহ্বান অভিনেতা অলী ফেজলৰ

ঘৰুৱা হিংসাৰ বাবে বহু শিশুই কথা ক'ব নোৱাৰাৰ উপৰিও শিশুসকলক সুস্থ বাতাবৰণ দিয়াৰ ক্ষেত্ৰত ঘৰুৱা হিংসাই বাধা হৈ পৰে বুলি মত প্ৰকাশ কৰে বলিউড অভিনেতা অলী ফেজলে ।

author img

By

Published : Jul 11, 2020, 3:49 PM IST

Updated : Jul 11, 2020, 4:23 PM IST

অলী ফেজল
অলী ফেজল

নিউজ ডেস্ক, ১১ জুলাইঃ বলিউড অভিনেতা অলী ফেজলে শুকুৰবাৰে ছ'চিয়েল মিডিয়াযোগে লিংগ সমতাৰ বাবে দাবী জনোৱাৰ উপৰিও ঘৰুৱা হিংসা সমাপ্ত হ'ব লাগে বুলিও মত প্ৰকাশ কৰে । অভিনেতা গৰাকীয়ে ইয়াৰ পূৰ্বে অভিনেত্ৰী তথা ছবি নিৰ্মাতা নন্দিতা দাসৰ সৈতে ঘৰুৱা হিংসা সন্দৰ্ভত নিৰ্মাণ কৰা ছবি Listen To Her নামৰ ছবিখনত একেলগে কাম কৰে । এই ছবিখনত অভিনেত্ৰী অমৃতা সুভাষ আৰু গীতিকাৰ স্বানন্দ কিৰকিৰে কণ্ঠদান কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লক ডাউনৰ সময়তে ঘৰুৱা সিংহাৰ ঘটনা আৰু প্ৰতিক্ৰিয়া ফলস্বৰূপে এই ছবিখন নিৰ্মাণ কৰা হৈছে । আৰু এই ছবিখনৰ দৃশ্য গ্ৰহণ লক ডাউনৰ মাজতে কৰা হৈছে বুলি জানিবলৈ দিয়ে ।

অলী ফেজলে কয় যে,ঘৰুৱা হিংসা শ্ৰেণী,ধৰ্ম আৰু অন্য সামাজিক বন্ধন পৰা আৰম্ভ হয় । এই বিষয় সন্দৰ্ভত সকলোৱে আগবাঢ়ি আহি মত প্ৰকাশ কৰাৰ লগতে এই হিংসা সমাপ্ত কৰিব লাগে । ঘৰুৱা হিংসাৰ বাবেই বহু শিশুৱে কথা কব নোলাৰ উপৰিও তেখেতসকলক এটা সুস্থ বাতাবৰণ দিয়াৰ ক্ষেত্ৰটো বাধা আৰোপ কৰে ।

লগতে চাওকঃ হাল বোৱা যন্ত্ৰ উদ্ভাৱনেৰে চমক টীয়কৰ যুৱকৰ

Last Updated : Jul 11, 2020, 4:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.