ETV Bharat / bharat

প্ৰদূষণ ৰোধৰ বাবে তাজমহলত এয়াৰ পিউৰিফায়াৰ স্থাপন - তাজমহলত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ জিলা প্ৰশাসনৰ

প্ৰদূষণ ৰোধৰ বাবে এয়াৰ পিউৰিফায়াৰ স্থাপন কৰা হৈছে আগ্ৰাৰ তাজমহলত ৷ ইয়াৰোপৰি,তাজমহল পৰিস্কাৰ কৰি ৰাখিবৰ বাবে এটা এজেন্সীক দায়িত্ব প্ৰদান কৰা হৈছে ৷

তাজমহলত এয়াৰ পিউৰিফায়াৰ স্থাপন
author img

By

Published : Nov 5, 2019, 8:49 AM IST

নেশ্যনেল ডেস্ক, 5 নৱেম্বৰ : প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে তাজমহলত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ এই সম্পৰ্কত আগ্ৰা নগৰ নিগমৰ অভিযন্তা আৰ.কে. ৰাথিয়ে মন্তব্য কৰে যে, "তাজমহল পৰিস্কাৰ কৰি ৰখাৰ দায়িত্ব এটা এজেন্সীক প্ৰদান কৰা হৈছে আৰু প্ৰৱেশদ্বাৰত দুটা এয়াৰ পিউৰিফায়াৰ স্থাপন কৰা হৈছে ৷"

  • Agra: In a bid to combat pollution district admn has deployed air purifying machines in Taj Mahal. RK Rathi, Executive Engineer,Agra Municipal Corp says,"an agency has been directed to do mechanised cleaning as well as deploy two air purifying machines at the gates of Taj Mahal." pic.twitter.com/geFbNbdwD7

    — ANI UP (@ANINewsUP) November 4, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

এই মেছিনসমূহে 8 ঘন্টাত 15 হাজাৰ কিউবিক মিটাৰ বায়ু বিশুদ্ধ কৰিব পাৰিব ৷ যোৱা 8 দিনৰ পৰা এই পিউৰিফায়াৰ ব্যৱহাৰ কৰি থকাৰ কথা জানিবলৈ দিয়ে আৰ.কে.ৰাথিয়ে ৷ ইয়াৰোপৰি,আগ্ৰা চহৰৰ বিভিন্ন স্থানৰ ৰাস্তা-ঘাট আৰু গছ-গছনিসমূহত পানী ছটিওৱাৰ কথাও জানিবলৈ দিয়ে ৰাথিয়ে ৷

লগতে চাওকঃ সুধাকণ্ঠৰ গীতৰ সংস্কৃত ৰূপান্তৰৰে শ্ৰদ্ধাঞ্জলী শিল্পী ৰঞ্জন বেজবৰুৱাৰ

Agra (UP), Nov 05 (ANI): In a bid to combat pollution, district administration has installed air purifying machines in Taj Mahal. RK Rathi, Executive Engineer, Agra Municipal Corporation said, "An agency has been directed to do mechanised cleaning as well as deploy two air purifying machines at the gates of Taj Mahal." "The machines have the capacity to purify 15 thousand cubic metre air in eight hours and we have been using these across the city since last 4 days. We are also doing mechanised cleaning like spraying water on roads and trees in the city," he added.

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.