ETV Bharat / bharat

এতিয়াৰে পৰা বিমান যাত্ৰীয়ে হেণ্ডবেগত নিব পাৰিব ছেনিটাইজাৰ - হেণ্ডবেগত নিব পাৰিব ছেনিটাইজাৰ

অসামৰিক বিমান পৰিবহণ সুৰক্ষা ব্যুৰো (BCAS)য়ে অধ্যাদেশ জাৰি কৰি বিমান যাত্ৰী সকলক হেণ্ড চেনিটাইজাৰ কঢ়িয়াবলৈ অনুমতি প্ৰদান কৰে । 13 মে'ৰ পৰা তিনি মাহৰ বাবে এই অনুমতি বৈধ থাকিব ।

এতিয়াৰে পৰা বিমান যাত্ৰীয়ে হেণ্ডবেগত নিব পাৰিব ছেনিটাইজাৰ

author img

By

Published : May 15, 2020, 2:58 PM IST

নিউজ ডেস্ক, 15 মে': কৰ'ণা ভাইৰাছ সংক্ৰমণৰ সময়ত অসামৰিক বিমান পৰিবহণ সুৰক্ষা ব্যুৰো (BCAS)য়ে বিমান যাত্ৰীক হেণ্ড বেগত ছেনিটাইজাৰ নিবলৈ অনুমতি প্ৰদান কৰিছে । এই অনুমতি 13 মে'ৰ পৰা পৰৱৰ্তী তিনি মাহৰ বাবে বৈধ হৈ থাকিব ।

  • Since sanitizing hands frequently is one of the measures against #COVID19 virus, the Bureau of Civil Aviation Security has allowed passengers boarding an aircraft to carry hand sanitizer up to 350ml in their cabin baggage. This is to be implemented with immediate effect. #AAI pic.twitter.com/pYKXjfLMxT

    — Airports Authority of India (@AAI_Official) May 14, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিমান যাত্ৰী সকলে 350 মিঃলিঃ ছেনিটাইজাৰ এতিয়াৰে পৰা লগত নিব পাৰিব । চিকিউৰিটী ছেকিঙৰ সময়ত যাত্ৰী জনে ছেনিটাইজাৰ কঢ়িওৱা সম্পৰ্কে ঘোষণা আগবঢ়াব লাগিব ।

ইয়াৰ পূৰ্বৰ নিৰ্দেশনা অনুসৰি বিমানত 100 মিঃলিঃ-তকৈ অধিক জুলীয়া সামগ্ৰী নিব নোৱাৰিছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.