ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ বিমান A-321 ত অগ্নিকাণ্ড ! - এয়াৰ ইণ্ডিয়া বিমানখনত হঠাতে অগ্নিকাণ্ডৰ সংঘটিত হয়

শুকুৰবাৰে চট্টিশগড়ৰ ৰায়পুৰ বিমানবন্দৰত জৰুৰীকালীন ভাৱে অৱতৰণ কৰোৱা হয় ভূৱেনশ্বৰ-মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ A-321 নম্বৰৰ এখন বিমান ৷ বিমানখনৰ ইঞ্জিনত হঠাতে অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ বাবেই জৰুৰীকালীন ভাৱে অৱতৰণ কৰোৱা হয় বিমানখন ৷

এয়াৰ ইণ্ডিয়াৰ বিমান A-321 ত অগ্নিকাণ্ড
author img

By

Published : Nov 8, 2019, 11:44 PM IST

নিউজ ডেস্ক, 8 নৱেম্বৰঃ শুকুৰবাৰে চট্টিশগড়ৰ ৰায়পুৰ বিমানবন্দৰত জৰুৰীকালীন ভাৱে অৱতৰণ কৰোৱা হয় ভূৱেনশ্বৰ-মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ A-321 নম্বৰৰ এখন বিমান ৷ সন্ধিয়া 5 বাজি 57 মিনিটত ৰায়পুৰত নিৰাপদ ভাৱে অৱতৰণ কৰোৱা হয় বিমানখন ৷ ইঞ্জিনত হঠাতে অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ বাবেই বিমান বন্দৰত জৰুৰীকালীন ভাৱে অৱতৰণ কৰোৱা হয় বিমানখন ৷

এয়াৰ ইণ্ডিয়াৰ বিমান A-321 ত অগ্নিকাণ্ড
Air India flight caught fire,89 passengers safely rescued

লগতে পঢ়কঃ কাইলৈ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব অযোধ্যা ভূমি বিবাদৰ ৰায়দান

ইপিনে, বিমানখন চট্টিশগড় বিমানবন্দৰত জৰুৰীকালীন ভাৱে অৱতৰণ কৰিবলগীয়া হোৱাত বিমানবন্দৰৰ সকলো কাম-কাজ বন্ধ কৰি দিয়া হয় ৷ দুই ঘন্টাৰ বাবে বিমানবন্দৰটোত সকলো বিমানৰ অৱতৰণ আৰু উৰণ বাতিল কৰা হয় ৷ জানিব পৰা মতে, বিমানখনত থকা 89 গৰাকী যাত্ৰীকে নিৰাপদ ভাৱে উদ্ধাৰ কৰা হৈছে ৷

Intro:Body:

BBSR: AIC670, Air India, A321, Bhubaneswar Mumbai made an emergency landing at Raipur due to fire in engine (Shut down). Aircraft landed safely at 1757 IST.Total persons on board were 89. ALL have been safely rescued in raipur airport. The operation at raipur airport have been stopped for 2 hours. all the flights during this two hours habe been diverted. Efforts have been made to clear the Aircraft from the runway.

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.