ETV Bharat / bharat

ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে এইমছত প্ৰতিবাদ - চিকিৎসকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী

ৰাজ্যৰ জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ বিৰুদ্ধে মঙলবাৰে নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত ৷ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছৰ চিকিৎসকসকলে জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে এইমছত প্ৰতিবাদ
author img

By

Published : Sep 4, 2019, 12:42 AM IST

নিউজ ডেস্ক, 3 ছেপ্তেম্বৰঃ যোৰহাট জিলাৰ টীয়কত সংঘটিত ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডৰ বিৰুদ্ধে নতুন দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকে ৷ সৰ্বভাৰতীয় আয়ুৰ্বিদ্যা প্ৰতিষ্ঠান চমুকৈ এইমছৰ চিকিৎসকসকলে হাতত মমবাতি লৈ শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰে ৷

জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ড
ডাঃ দেৱেন দত্তৰ হত্যাৰ বিৰুদ্ধে এইমছত প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে দেশৰ চিকিৎসকসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে ৷ স্বাস্থ্য মন্ত্ৰালয়ে চেন্ট্ৰেল প্ৰটেকশ্বন এক্টত শুধৰনি কৰি চিকিৎসকক নিৰাপত্তা প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে এইমছৰ বিশিষ্ট চিকিৎসক ডাঃ অমৰিন্দৰ সিঙে ৷ প্ৰতিবাদৰ অংশস্বৰূপে চিকিৎসকৰ দলটোৱে ডাঃ দেৱেন দত্তৰ প্ৰতিমূৰ্তিৰ আগত বন্তি প্ৰজ্জ্বলন কৰে ৷

উল্লেখ্য যে, টীয়কৰ এখন চাহ বাগিছাত সাধাৰণ কথাতে একাংশ উদণ্ড তথা বিকৃত মানসিকতাৰ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল অসমৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্তক ৷ ডাঃ দত্তৰ হত্যাকাণ্ডৰ গোচৰত যোৰহাট আৰক্ষীয়ে এতিয়ালৈকে 30গৰাকী লোকক আটক কৰিছে ৷ টীয়ক আৰক্ষী চকীত 434/2019 নং গোচৰত সৰ্বভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা u/s 302, 341, 342, 427, 506, 143, 144, 147, 148, r/w 149, 186 আৰু অসম স্বাস্থ্য সেৱা কৰ্মী আৰু স্বাস্থ্য সেৱা অনুষ্ঠান (হিংসা আৰু সম্পত্তি ধ্বংস প্ৰতিৰোধ) আইন 2011ৰ ধাৰাৰ 4 অধীনত আটাইকেইগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

Intro:असम में डॉक्टर की हत्या के विरोध में एम्स के डॉक्टरों ने निकाला कैंडल मार्च

नई दिल्ली: असम में 73 वर्षीय डॉक्टर की हत्या के मामले को देखते हुए मंगलवार को अखिल भारतीय आयुर्विज्ञान संस्थान के रेजिडेंट डॉक्टरों ने कैंडल मार्च निकाला.इस बाबत काफी संख्या में डॉक्टरों ने शांतिपूर्ण तरीक़े से अपनी मांग रखी और विरोध जताया.Body:एम्स के रेजिडेंट डॉक्टर एसोसिएशन के प्रेसिडेंट अमरिंदर सिंह ने बताया कि जिस तरीके से असम में 73 वर्षीय देबेन दत्ता की लोगों के झुंड ने पीट-पीटकर हत्या की वह बेहद ही निंदनीय है.इस बाबत हमारी मांग है कि सरकार डॉक्टरों के साथ आए दिन हो रहे मारपीट और हत्या पर अंकुश लगाने के लिए उचित कदम उठाए.उनका कहना है कि स्वास्थ्य मंत्रालय सेंट्रल प्रोटेक्शन एक्ट में डॉक्टरों की सेफ्टी को लेकर सुधार करें. जिससे कि ड्यूटी पर तैनात डॉक्टर बेफिक्र होकर अपना काम कर सकें.उनका मानना है जिस तरीके यह घटनाएं बढ़ती जा रही हैं, उससे डॉक्टरों में काफी डर पैदा हो रहा है और वह अपने काम को लेकर अब बेहद चिंता व्यक्त करते हैं.जरूरी है कि सरकार इस ओर ध्यान दे.Conclusion:फिलहाल मंगलवार को अखिल भारतीय आयुर्विज्ञान संस्थान के डॉक्टरों ने शांतिपूर्ण कैंडल मार्च निकाला और डॉक्टर देबेन के
पोस्टर पर कैंडल जलाकर श्रद्धांजलि दी.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.