ETV Bharat / bharat

আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীঃ ৰাতুল পুৰীৰ প্ৰতিব্যৱস্থামূলক জামিন আবেদন নাকচ

author img

By

Published : Aug 7, 2019, 7:09 PM IST

চিবিআইৰ বিশেষ আদালতে নাকচ কৰিলে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ নাতি ৰাতুল পুৰীৰ জামিন আবেদন ৷ নিজৰ কোম্পানীৰ জৰিয়তে ধন আত্মসাৎ কৰাৰ অভিযোগত আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল ৰাতুল পুৰীৰ ৷

ৰাতুল পুৰী

নিউজ ডেস্ক, 7 আগষ্টঃ চিবিআইৰ বিশেষ আদালতে নাকচ কৰিছে ৰাতুল পুৰীৰ প্ৰতিব্যৱস্থামূলক জামিন আবেদন ৷ ধন আত্মসাৎ কৰাৰ অভিযোগত আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীত জড়িত হৈ পৰিছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ নাতি ৰাতুল পুৰী ৷ ধন আত্মসাৎ প্ৰতিৰোধী আইনৰ ধাৰা 50ৰ অধীনত পুৰীৰ সাক্ষ্যৰ এক প্ৰতিলিপি বিচাৰি আবেদনখন নাকচ কৰে চিবিআইৰ বিশেষ অধিবক্তা অৰবিন্দ কুমাৰে ৷ ইয়াৰ পূৰ্বে প্ৰাথমিক আদালতত দাখিল কৰা দুখনকৈ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিছিল দিল্লী উচ্চ ন্যায়ালয়ে ৷ যাৰ পিচতে দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা পুৰীয়ে উঠাই লৈছিল জামিন আবেদন ৷ পৰৱৰ্তী সময়ত প্ৰাথমিক আদালতৰ পৰা চিবিআইৰ বিশেষ আদালতে সমগ্ৰ বিষয়টো চোৱা-চিতা কৰিছিল আৰু পুৰীৰ জামিন আবেদন পুনৰবাৰ নাকচ হৈছিল ৷

Intro:Body:

আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীঃ ৰাতুল পুৰীৰ প্ৰতিব্যৱস্থামূলক জামিন আবেদন নাকচ 

চিবিআইৰ বিশেষ আদালতে নাকচ কৰিলে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ নাতি ৰাতুল পুৰীৰ জামিন আবেদন ৷ নিজৰ কোম্পানীৰ জৰিয়তে ধন আত্মসাৎ কৰাৰ অভিযোগত আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল ৰাতুল পুৰীৰ ৷ 

নিউজ ডেস্ক, 7 আগষ্টঃ চিবিআইৰ বিশেষ আদালতে নাকচ কৰিছে ৰাতুল পুৰীৰ প্ৰতিব্যৱস্থামূলক জামিন আবেদন ৷  ধন আত্মসাৎ কৰাৰ অভিযোগত আগষ্টা ৱেষ্টলেণ্ড কেলেংকাৰীত জড়িত হৈ পৰিছিল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ নাতি ৰাতুল পুৰী ৷ ধন আত্মসাৎ প্ৰতিৰোধী আইনৰ ধাৰা 50ৰ অধীনত পুৰীৰ সাক্ষ্যৰ এক প্ৰতিলিপি বিছাৰি আবেদনখন নাকচ কৰে চিবিআইৰ বিশেষ অধিবক্তা অৰবিন্দ কুমাৰে ৷ ইয়াৰ পূৰ্বে প্ৰাথমিক আদালতৰ দাখিল কৰা দুখনকৈ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিছিল দিল্লী উচ্চ ন্যায়ালয়ে ৷ যাৰ পিচতে দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা পুৰীয়ে উঠাই লৈছিল জামিন আবেদন ৷ পৰৱৰ্তী সময়ত প্ৰাথমিক আদালতৰ পৰা চিবিআইৰ বিশেষ আদালতে সমগ্ৰ বিষয়টো চোৱা-চিতা কৰিছিল আৰু পুৰীৰ জামিন আবেদন পুনৰবাৰ নাকচ হৈছিল ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.