ETV Bharat / bharat

কোনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ আছু - গৃহ মন্ত্ৰী অমিত শ্বাহ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰে হোৱা বৈঠকৰ পিচত আছুৰ ঘোষণা ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব ৷

কোনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ আছু
কোনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ আছু
author img

By

Published : Dec 4, 2019, 9:35 AM IST

Updated : Dec 4, 2019, 10:27 AM IST

দিল্লী, 4 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মঙলবাৰে নিশা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি বৰ্গৰ সৈতে গৃহ মন্ত্ৰী অমিত শ্বাহ এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত আছুৰ বিষয়ববীয়া আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰে উত্তৰ পূৱৰ পৰস্থিতি সন্দৰ্ভত ৷ বৈঠকৰ পৰা ওলাই আহি সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ ঘোষণা, কেনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক ৷ অসমত হিন্দু বাংলাদেশীৰ ডাম্পি গ্ৰাউণ্ড কৰিবলৈ দিয়া নহ'ব ৷ আছুৱে স্পষ্টভাৱে কয় যে, অবৈধ বাংলাদেশীক সুৰক্ষা প্ৰদান কৰা কেব মানি নলয় ৷

কোনো কাৰণত মানি লোৱা নহ'ব নাগৰিকত্ব সংশোধনী বিধেয়কঃ আছু

লগতে চাওকঃ তীৰ্থনগৰীৰ গ্ৰেজিং ৰিজাৰ্ভত অবৈধ গাঁও গঢ়িছে সন্দেহজনক নাগৰিকে

Intro:New Delhi: The All Assam Students Union (AASU) on Tuesday told Home Minister Amit Shah that they will not accept Citizenship Amendment Bill (CAB) 'in any format.'

Body:"Our stand was clear. We will not accept CAB at any costs. This bill is against the principle of historic Assam Accord," said AASU advisor Samujjal Bhattacharya after meeting Home Minister Shah.

Criticising the BJP government, Bhattacharya said that neither Assam nor Northeast is a dumping ground for illegal foreigners.

"Ahead of the last Assembly election, BJP in its vision document has announced that they will implement all clauses of the Assam Accord...but after this party came to power, they are speaking something else, and too giving protection to illegal foreigners," said Bhattachrya.

He said that AASU will start a fresh agitation against Centre's move of giving citizenship to the people coming from Bangladesh, Pakistan and Afghanistan.

AASU, an influential student organisation from Assam had spearheaded Assam agitation against illegal foreigners (Bangladeshis) in late 70's. The seven years long agitation ended with historic Assam Accord in 1985.

The accord which was signed between Assam governmnet, central government and AASU speaks about detecting 'illegal foreigners' entered Assam after March 25, 1971.

Conclusion:However, ever since BJP governmnet had initiated the move of getting the CAB passed was vehemently opposed by AASU.

"We will not accept CAB in any format," said Bhattachrya.

Assam Chief Minister Sarbananda Sonowal was also present in the meeting that took place at Delhi's Assam House.

Notably, anti-CAB agitators have shown black flag to Chief Minister Sarbananda before the meeting.

end.
Last Updated : Dec 4, 2019, 10:27 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.