ETV Bharat / bharat

কেৰালাত সুৰাৰ বাবে পুত্ৰৰ চুৰিৰ আঘাতত মৃত্যু পিতৃৰ

author img

By

Published : Oct 16, 2020, 5:53 PM IST

সুৰাক কেন্দ্ৰ কৰি কেৰালাৰ এৰনাকুলাম জিলাত পিতা-পুত্ৰৰ মাজত সৃষ্টি হয় বিবাদৰ ৷ পুত্ৰই ক্ৰয় কৰি অনা সুৰাখিনি পিতৃয়ে সমাপ্ত কৰাৰ বাবে সৃষ্টি বিবাদৰ ৷ এই বিবাদে পাচলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ বিবাদৰ পৰিণতিত পুত্ৰৰ চুৰিৰ আঘাতত মৃত্যুক সাৱটি লয় পুত্ৰই ৷

কেৰালাত সুৰাৰ বাবে পুত্ৰৰ চুৰিৰ আঘাতত মৃত্যু পিতৃৰ
কেৰালাত সুৰাৰ বাবে পুত্ৰৰ চুৰিৰ আঘাতত মৃত্যু পিতৃৰ

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ: কেৰালাৰ এৰনাকুলাম জিলাত এগৰাকী লোকে নিজ পুত্ৰই কৰা চুৰিৰ আঘাতত মৃত্যুক সাৱটি লয় ৷ লোকগৰাকী বিষ্ণুপুৰমৰ ভাৰথান বুলি চিনাক্ত কৰা হৈছে ৷

সুৰাক লৈ হোৱা বিবাদৰ বাবে পিতা-পুত্ৰই উভয়ে উভয়ক আক্ৰমণ কৰে ৷ লোকগৰাকীৰ পুত্ৰ বিষ্ণু সম্প্ৰতি কোচিৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

জানিব পৰা মতে, পিতৃ ভাৰথানে বিষ্ণুৱে ক্ৰয় কৰা সুৰাখিনি সমাপ্ত কৰাৰ বাবেই তেওঁলোকৰ মাজত সুচনা হয় বিবাদৰ ৷ যিয়ে পাচলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ পেটত গভীৰভাৱে আঘাত পোৱাৰ বাবে মৃত্য়ুক সাৱটি লয় ভাৰথানে ৷

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ সোলাপুৰত প্ৰলয়ংকাৰী বানত ১৪জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.