নিউজ ডেস্ক, 03 জুন : তামিলনাডুৰ আঞ্চলিক দল ডি এম কে ৰ পিতামহ তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ আজি 95 সংখ্যক জন্ম জয়ন্তী ৷ তামিলনাডুৰ জনতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ নেতাজনক সশ্ৰদ্ধ সোঁৱৰণ দেশবাসীৰ ৷ তামিলনাডুস্থিত ডি এম কেৰ কাৰ্যালয়ত প্ৰাক্তন নেতাগৰাকীক পুত্ৰ তথা বৰ্তমানৰ ডি এম কে প্ৰধান এম কে ইষ্টেলিনকে ধৰি দলীয় কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ইপিনে জন্ম জয়ন্তীত এম কৰুণানিধিক সশ্ৰদ্ধ সোঁৱৰণ কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীৰ ৷ টুইটাৰযোগে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তামিলসকলৰ বাবে এজন সঁচা নেতা বুলি মন্তব্য কৰে তেওঁ ৷
ওপজাদিনত দেশজুৰি সোঁৱৰণ এম কৰুণানিধিক - ডি এম কে
তামিলনাডুৰ জনতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ নেতাজনক সশ্ৰদ্ধ সোঁৱৰণ দেশবাসীৰ ৷ ডি এম কে দলৰ কৰ্মকৰ্তাৰ লগতে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়েও সোঁৱৰিলে নেতাগৰাকীক ৷
নিউজ ডেস্ক, 03 জুন : তামিলনাডুৰ আঞ্চলিক দল ডি এম কে ৰ পিতামহ তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ আজি 95 সংখ্যক জন্ম জয়ন্তী ৷ তামিলনাডুৰ জনতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ নেতাজনক সশ্ৰদ্ধ সোঁৱৰণ দেশবাসীৰ ৷ তামিলনাডুস্থিত ডি এম কেৰ কাৰ্যালয়ত প্ৰাক্তন নেতাগৰাকীক পুত্ৰ তথা বৰ্তমানৰ ডি এম কে প্ৰধান এম কে ইষ্টেলিনকে ধৰি দলীয় কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ইপিনে জন্ম জয়ন্তীত এম কৰুণানিধিক সশ্ৰদ্ধ সোঁৱৰণ কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীৰ ৷ টুইটাৰযোগে নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তামিলসকলৰ বাবে এজন সঁচা নেতা বুলি মন্তব্য কৰে তেওঁ ৷
SHOTLIST: Country Club of Charleston, Charleston, South Carolina, USA. 2 June 2019.
Client Note+++Lydia Ko's hole-in-one not shown on broadcast+++
1. 00:00 Scenic
2. 00:05 6th Hole: Celine Boutier putt for birdie to -6
3. 00:16 10th Hole: Jinyoung Ko putt for birdie to -3
4. 00:25 18th Hole: Ariya Jutanugarn putt to save par to finish at +2
5. 00:33 16th Hole: Angel Yin putt for birdie to -5
6 00:46 9th Hole: Yu Liu 2nd shot, birdies to -5
7. 01:11 12th Hole: So Yeon Ryu putt for birdie to -3
8. 01:20 10th Hole: Jeongeun Lee6 3rd shot, saves par to remain at -5
9. 01:30 12th Hole: Minjee Lee putt for birdie to -1
10. 01:45 12th Hole: Lee6 2nd shot, birdies to -7
11. 02:00 15th Hole: Lee6 3rd shot, birdies to -8
12. 02:16 16th Hole: Mamiko Higa putt for birdie to -3
13. 02:28 16th Hole: Boutier attempted putt for birdie, saves par to remain at -5
14. 02:38 18th Hole: Lee6 putt for bogey to finish at -6
15. 02:51 18th Hole: Lexi Thompson putt for birdie to finish at -4
16. 03:04 18th Hole: Boutier bunker shot, double bogeys to -3 and Lee6 congratulated on win
17. 03:41 Lee6 doused withy champagne
18. 03:53 Lee6 awarded trophy
19. 04:00 SOUNDBITE (Korean): Jeongeun Lee6, U.S. Women's Open Champion
(On what win means to her)
This soundbite is for the benefit of our Korean-speaking clients
20. 04:28 Lee6 posing with trophy
SOURCE: USGA
DURATION: 04:38
STORYLINE:
Jeongeun Lee6 captured the U.S. Women's Open.
The 23-year-old South Korean shot a 1-under 70 on Sunday, enduring some shaky moments after opening up a three-stroke lead with three to play to hold off third-round co-leader Celine Boutier.
Lee6 finished at 6-under 278 to claim the USGA's first $1 million women's winner check a few days after Tiger Woods' former swing coach, Hank Haney, made disparaging remarks about women's golf by predicting a "Korean'' would win and "I'd go with Lee.''
Boutier made a double bogey on the final hole to fall into a tie for fifth at 3 under. She shot 75. Lexi Thompson, Ryu and Angel Yin tied for second, two shots behind. Thompson shot 73, Ryu 70 and Yin 68.