ETV Bharat / bharat

কাশ্মীৰত হ্ৰাস পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ ! - জন্মু কাশ্মীৰ

উল্লেখ্য যে, ৰাজ্যিক গৃহমন্ত্ৰী গৰাকীৰ তথ্য অনুযায়ী,  2016 চনত 82 গৰাকী , 2017 80গৰাকী আৰু 2018 চনত 91 গৰাকী নিৰাপত্তাৰক্ষীৰ জন্মু-কাশ্মীৰত মৃত্য়ু ঘটিছিল ৷  চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে পুলৱামা আক্ৰমণত 40গৰাকী চিআৰপিএফ জোৱানৰ মৃত্যু ঘটিছিল ৷

কাশ্মীৰত হ্ৰাস পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ !
author img

By

Published : Jul 10, 2019, 5:01 PM IST

নিউজ ডেস্ক,10জুলাইঃ পুলৱামা আক্ৰমণৰ পাচতে জন্মুৃ-কাশ্মীৰত মৃত্যু হৈছে 93গৰাকী সন্ত্ৰাসবাদীৰ ৷ বুধবাৰে ৰাজ্যসভাত দাখিল কৰা হয় এই তথ্য ৷ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি. কৃষাণ ৰেড্ডীয়ে সদনত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত কয় য, 2018 তুলনাত 2019ৰ প্ৰথম ভাগত সন্ত্ৰাসবাদীৰ কূটাঘাটমুলক কাৰ্যকলাপ 28 শতাংশ হ্ৰাস পাইছে ৷

ইয়াৰোপৰি নিয়াৰ প্ৰাথমিক অনুসন্ধানত পুলৱামা কাণ্ডত জড়িত বাহন, আত্মঘাটী বোমাৰু আৰু ষড়যন্ত্ৰকাৰী সকলক চিনাক্তকৰণ কৰা হৈছে ৷ ইয়াৰ পাচতে বাহনখনৰ গৰাকীৰ সহায়ত অনুসন্ধান প্ৰক্ৰিয়া আগৱঢ়াই নিয়া হয় ৷

etv
কাশ্মীৰত হ্ৰাস পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ !

উল্লেখ্য যে, গৃহ ৰাজ্য মন্ত্ৰী গৰাকীৰ তথ্য অনুযায়ী, 2016 চনত 82 গৰাকী , 2017 80গৰাকী আৰু 2018 চনত 91 গৰাকী নিৰাপত্তাৰক্ষীৰ জন্মু-কাশ্মীৰত মৃত্য়ু ঘটিছিল ৷ চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখে পুলৱামা আক্ৰমণত 40গৰাকী চিআৰপিএফ জোৱানৰ মৃত্যু ঘটিছিল ৷

Intro:New Delhi: As many as 93 terrorists have been killed in Jammu and Kashmir after the Pulwama terror attack which occurred on February 14, the government told Rajya Sabha on Wednesday.

Minister of State for Home G Kishan Reddy, responding to a question on whether in the aftermath of Pulwama attack, a series of encounters have resulted in the killing of terrorists, "As compared to corresponding period of 2018, the first half of this year has witnessed reduction in terrorists initiated incidents by 28%. Till date, 93 terrorists have been neutralised by the security forces since Pulwama attack."

"Investigation by NIA into the attack so far, has resulted in conspirators, suicide attacker and vehicle provider getting identified. Further the operations on ground have resulted in neutralisation of the conspirator, his associate and the vehicle owner," he said.

Body:MoS for Home Reddy told Rajya Sabha that in 2016, 82 security personnel died in Jammu and Kashmir, while 80 died in 2017. In 2018, 91 security forces lost their lives and upto 15 June 2019, 70 security force personnel were killed.

Conclusion:On February 14 this year, over 40 soldiers were killed when a convoy of the Central Reserve Police Force (CRPF) was attacked by a suicide bomber of the Pakistan-based terror group Jaish-e-Mohammed (JeM) in South Kashmir's Pulwama district.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.