ETV Bharat / bharat

উত্তৰ-পূৱ ভ্ৰমণলৈ আহিব সৰ্বভাৰতীয় কংগ্ৰেছৰ 6 জনীয়া প্ৰতিনিধি দল - উত্তৰ-পূৱ ভ্ৰমণলৈ আহিব সৰ্বভাৰতীয় কংগ্ৰেছৰ 6 জনীয়া প্ৰতিনিধি দল

উত্তৰ-পূৱ ভ্ৰমণলৈ আহিব সৰ্বভাৰতীয় কংগ্ৰেছৰ ছয় জনীয়া এক প্ৰতিনিধি দল ৷ আগন্তুক 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ উত্তৰ-পূৱ ভ্ৰমণ কৰিব এ আই চি চি (AICC)ৰ  প্ৰতিনিধি দলটোৱে ৷ উত্তৰ-পূৱত এন আৰ চিৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অধ্যয়ন কৰিব দলটোৱে ৷

উত্তৰ-পূৱ ভ্ৰমণলৈ আহিব সৰ্ব ভাৰতীয় কংগ্ৰেছৰ 6 জনীয়া প্ৰতিনিধি দল
author img

By

Published : Nov 1, 2019, 10:26 AM IST

নিউজ ডেস্ক, 1 নৱেম্বৰঃ উত্তৰ-পূৱ ভ্ৰমণলৈ আহিব সৰ্বভাৰতীয় কংগ্ৰেছৰ ছয় জনীয়া এক প্ৰতিনিধি দল ৷ আগন্তুক 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ উত্তৰ-পূৱ ভ্ৰমণ কৰিব এ আই চি চি (AICC)ৰ প্ৰতিনিধি দলটোৱে ৷ কংগ্ৰেছ নেতা মুকুল বাছনিক আৰু জয়ৰাম ৰমেশৰ নেতৃত্ব আহিব দলটো ৷ মূলতঃ উত্তৰ-পূৱত এন আৰ চিৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অধ্যয়ন কৰিব দলটোৱে ৷

ইয়াৰ পাচতেই কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভাপতি ছোনীয়া গান্ধীক এখন প্ৰতিবেদন দাখিল কৰিব এ আই চি চিৰ প্ৰতিনিধি দলটোৱে ৷ এন আৰ চিক লৈ কেন্দ্ৰীয় চৰকাৰক তুমূল প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা কংগ্ৰেছ দলৰ ৷

লগতে পঢ়ক-সাৱধান ! সন্তানক চকলেট কিনি দিয়াৰ পূৰ্বে দহবাৰ চিন্তা কৰক

উল্লেখ্য যে, বিগত 31 আগষ্টত প্ৰকাশ পাইছিল এন আৰ চিৰ চূড়ান্ত খচৰা ৷ চুড়ান্ত খচৰাখনত প্ৰায় 19 লাখ লোক নাম বাদ পৰে ৷ ইয়াকে লৈ এতিয়াও বিভিন্ন দল সংগঠনৰ মাজত অব্য়াহত আছে প্ৰতিবাদ ৷

6 member congress committee to visit north east states to asses situation on nrc sources
6-member-congress-committee-to-visit-north-east-states-to-assess-situation-on-nrc-sources
উত্তৰ-পূৱ ভ্ৰমণলৈ আহিব সৰ্ব ভাৰতীয় কংগ্ৰেছৰ 6 জনীয়া প্ৰতিনিধি দল

নিউজ ডেস্ক, 1 নৱেম্বৰঃ উত্তৰ-পূৱ ভ্ৰমণলৈ আহিব সৰ্ব ভাৰতীয় কংগ্ৰেছৰ 6 জনীয়া এক প্ৰতিনিধি দল ৷ আগন্তুক 5 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ উত্তৰ-পূৱ ভ্ৰমণ কৰিব এ আই চি চিৰ প্ৰতিনিধি দলটোৱে ৷ কংগ্ৰেছ নেতা মুকুল ৱাছনিক আৰু জয়ৰাম ৰমেশৰ নেতৃত্ব আহিব দলটো ৷ মূলতঃ উত্তৰ-পূৱত এন আৰ চিৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অধ্যয়ন কৰিব দলটোৱে৷

ইয়াৰ পাচতেই কংগ্ৰেছৰ অন্তৰ্বতীকালীন সভাপতি ছোনীয়া গান্ধীক এখন প্ৰতিবেদন দাখিল কৰিব এ আই চি চিৰ প্ৰতিনিধি দলটোৱে৷ এন আৰ চিক লৈ কেন্দ্ৰৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক তমুল প্ৰত্যাহবান জনাব কংগ্ৰেছ দলে ৷

উল্লেখ্য যে, বিগত 31 আগষ্টত প্ৰকাশ পায় এন আৰ চি চুড়ান্ত খচৰা ৷ চুড়ান্ত খচৰাখনত প্ৰায় 19 লাখ লোক নাম বাদ পৰে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.