ETV Bharat / bharat

দেৱালী উপলক্ষ্যে 5.51 লাখ চাকিৰে উজ্বলিব অযোধ্যা

author img

By

Published : Oct 26, 2019, 1:25 PM IST

উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে পোহৰৰ উৎসৱ দেৱালী উপলক্ষ্যে শনিবাৰে 5.51 লাখ চাকিৰে উজ্বলাব অযোধ্যা ৷ ইয়াৰোপৰি, এই শুভ ক্ষণতে চৰকাৰে 226 কোটি টকাৰ এক আঁচনিও মুকলি কৰিব ৷

দেৱালী উপলক্ষ্যে 5.51 লাখ চাকিৰে উজ্বলিব অযোধ্যা

নেশ্বনেল ডেস্ক, 26 অক্টোবৰ : উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে পোহৰৰ উৎসৱ দেৱালী উপলক্ষ্যে শনিবাৰে 5.51 লাখ চাকিৰে উজ্বলাব অযোধ্যা ৷ ইয়াৰোপৰি, এই শুভ ক্ষণতে চৰকাৰে 226 কোটি টকাৰ এক আঁচনিও মুকলি কৰিব ৷

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যখনৰ বহু কেইজন মন্ত্ৰীয়ে এই উৎসৱত অংশগ্ৰহণ কৰিব ৷

ৰাজ্যিক চৰকাৰৰ মুখপাত্ৰই জানিবলৈ দিয়া অনুসৰি, পুৱা 10 বজাৰ পৰা 12 বজাৰ ভিতৰত শনিবাৰৰ দিনটোত অযোধ্যাত ভগৱান ৰামৰ এক শোভাযাত্ৰা উলিওৱা হয় ৷ ছাকেট কলেজৰ পৰা ৰামকথা পাৰ্কলৈ উলিওৱা এই শোভাযাত্ৰাত দেশৰ বিভিন্ন স্থানৰ বহুসংখ্যক শিল্পীয়ে অংশগ্ৰহণ কৰে ৷

ইয়াৰোপৰি, সন্ধিয়া 6 বজাত অতিথিক অভ্যৰ্থনা জনোৱাৰ লগতে আঁচনিখনৰ মুকলি কৰা হ'ব ৷

সাতখনকৈ দেশৰ ৰাম লীলা এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ব ৷ ইয়াৰোপৰি, অযোধ্যাত একেলগে 2,500 শিশুয়ে প্ৰতিফলিত কৰিব ভগৱান শ্ৰীৰামৰ জীৱন কাহিনী ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.