ETV Bharat / bharat

মহামাষ্ট্ৰত নতুনকৈ ২৭৮ গৰাকী আৰক্ষীৰ লোকৰ দেহত কোভিড-১৯ - কোভিড-১৯

মহাৰাষ্ট্ৰত মুঠ ২,১৭,১২১ গৰাকীৰ দেহলৈ সংক্ৰমিত হৈছে কোভিড-১৯ৰ বিজাণু। ইয়াৰ বিপৰীতে ৰাজ্যখনত মুঠ ৯,২৫০ গৰাকীলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা।

কোভিড-১৯
298 Maharashtra police personnel test coronavirus positive
author img

By

Published : Jul 9, 2020, 1:20 AM IST

নিউজ ডেস্ক, ৮ জুলাই : মহাৰাষ্ট্ৰত বিগত ৪৮ ঘণ্টাত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ২৭৮ গৰাকী আৰক্ষীৰ লোক। ৰাজ্যখনত এইপৰ্যন্ত মুঠ ৫,৭১৩ গৰাকী আৰক্ষীৰ লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে। ইয়াৰে ১,১১৩ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত থকাৰ বিপৰীতে ৪,২৭৫ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। আনহাতে, এই মহামাৰীৰ ফলত মুঠ ৭১ গৰাকী আৰক্ষীৰ লোক মৃত্যুমুখত পৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য় আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰত মুঠ ২,১৭,১২১ গৰাকীৰ দেহলৈ সংক্ৰমিত হৈছে কোভিড-১৯ৰ বিজাণু। কোভিড-১৯ আক্ৰান্ত লোকসকলৰ ভিতৰত মুঠ ৮৯,২৯৪ গৰাকী লোক চিকিৎধীন অৱস্থাত আছে । আনহাতে, ১,১৮,৫৫৮ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৰাজ্যখনত মুঠ ৯,২৫০ গৰাকীলৈ বৃদ্ধি পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা ।

লগতে পঢ়ক : COVID-19ত আক্ৰান্ত প্ৰাক্তন সাংসদ সুস্মিতা দেৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.