ETV Bharat / bharat

উত্তৰ প্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনা : নিহত 29 - যমুনা এক্সপ্ৰেছৱে'

উত্তৰ প্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনাত 29 জন লোক নিহত হোৱাৰ লগতে বহুকেইজন যাত্ৰী আহত হৈছে ৷

উত্তৰ প্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনা
author img

By

Published : Jul 8, 2019, 9:47 AM IST

নিউজ ডেস্ক, 8 জুলাই : উত্তৰ প্ৰদেশত সংঘটিত হোৱা এক এক ভয়ংকৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 29 জনকৈ লোকে ৷ লক্ষ্নৌৰ পৰা দিল্লী অভিমুখী বাছখন যমুনা এক্সপ্ৰেছৱে'ৰ 15 ফুট তলত বাগৰি পৰাত থিতাতে 29 জন লোক নিহত হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে বহু কেইজন ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী বিভাগ উপস্থিত হোৱাৰ লগতে উদ্ধাৰ অভিযান চলাই 20 টা মৃতদেহ উদ্ধাৰ কৰিছে ৷

উত্তৰ প্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ আৰক্ষী মহানিৰীক্ষক সতীশ গনেশে টুইটাৰৰ জৰিয়তে জানিবলৈ দিয়ে যে, যাত্ৰীবাহী বাছখন লক্ষ্নৌৰ পৰা দিল্লীলৈ গতি কৰাৰ সময়তে যমুনা এক্সপ্ৰেছৱে'ত দুৰ্ঘটনাত পতিত হয় ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাৰ পাছতে দুখ প্ৰকাশ কৰাৰ লগতে আঘাতপ্ৰাপ্ত সকলৰ চিকিৎসাৰ বাবে যথাযোগ্য ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

29 DEAD AS BUS FALLS INTO DRAIN, SEVERAL INJURED

উত্তৰ প্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনা : নিহত 29

নিউজ ডেস্ক, 8 জুলাই : উত্তৰ প্ৰদেশত সংঘটিত হোৱা এক এক ভয়ংকৰ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 29 জনকৈ লোকে ৷ লক্ষ্নৌৰ পৰা দিল্লী অভিমুখী বাছখন যমুনা এক্সপ্ৰেছৱে'ৰ 15 ফুট দ' খাৱৈত পৰি যোৱাত থিতাতে 29 জন লোক নিহত হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছে বহু কেইজন ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী বিভাগ উপস্থিত হোৱাৰ লগতে উদ্ধাৰ অভিযান চলাই 20 টা মৃতদেহ উদ্ধাৰ কৰিছে ৷

উত্তৰ প্ৰদেশৰ আৰক্ষী মহানিৰীক্ষক সতীশ গনেশে টুইটাৰৰ জৰিয়তে জানিবলৈ দিয়ে যে, যাত্ৰীবাহী বাছখন লক্ষ্নৌৰ পৰা দিল্লীলৈ গতি কৰাৰ সময়তে যমুনা এক্সপ্ৰেছৱে'ত দুৰ্ঘটনাত পতিত হয় ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘটনাৰ পাছতে দুখ প্ৰকাশ কৰাৰ লগতে আঘাতপ্ৰাপ্ত সকলৰ চিকিৎসাৰ বাবে যথাযোগ্য ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.