ETV Bharat / bharat

COVID-19ত দুজন বিএচএফ জোৱানৰ মৃত্যু - মৃত্যু হ'ল সীমান্ত সুৰক্ষা বলৰ দুজন জোৱানৰ

COVID-19 ত আক্ৰন্ত হৈ মৃত্যু হ'ল সীমান্ত সুৰক্ষা বলৰ দুজন জোৱানৰ । ইপিনে নতুনকৈ আক্ৰান্ত হৈছ 41 জন জোৱান ।

COVID-19ত  দুজন বিএচএফ জোৱানৰ মৃত্যু
COVID-19ত দুজন বিএচএফ জোৱানৰ মৃত্যু
author img

By

Published : May 7, 2020, 5:54 PM IST

নিউজ ডেস্ক, 7 মে': সীমান্ত সুৰক্ষা বলৰ এক শীৰ্ষ মহলে প্ৰকাশ কৰা অনুসৰি কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ফলত বাহিনীটোৰ দুজন জোৱানৰ মৃত্যু হোৱাৰ লগতে নতুনকৈ আক্ৰান্ত হৈছে 41 জন জোৱান ।

2.5 লাখৰ এই বাহিনীটোত বৰ্তমান আক্ৰান্তৰ সংখ্যা 193 জনলৈ বৃদ্ধি হ'ল আৰু দুগৰাকীৰ মৃত্যু হ'ল ।

এই মৃত্যু BSF ৰ প্ৰথম মৃত্যুৰ ঘটনা আৰু অৰ্ধসামৰিক বলৰ বাবে দ্বিতীয় ঘটনা । বিগত মাহৰ শেষৰ পিনে CRPF ৰ 55 বছৰীয়া এজন উপ বিষয়াৰ এই মহামাৰীত মৃত্যু হৈছিল । এই মৃত্যুৰ ঘটনাটো অৰ্ধসামৰিক বলৰ বাবে প্ৰথম আছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.