ETV Bharat / bharat

বিনামূলীয়া খাদ্যৰ বাবে ১৫ লাখ জনসাধাৰণে দাখিল কৰিছে আবেদনঃ অৰবিন্দ কেজৰিৱাল - ই-কুপন

দিল্লী চৰকাৰে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ জনসাধৰণক বিনামূলীয়াকৈ খাদ্য বিতৰণৰ বাবে প্ৰদান কৰে ই-কুপন । প্ৰায় ১৫ লাখ ৰেচন কাৰ্ড নথকা দৰিদ্ৰ লোকে ই-কুপনৰ বাবে আবেদন জনাই বুলি মন্তব্য কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

অৰবিন্দ কেজৰিৱাল
বিনামূলীয়া ৰেচনৰ বাবে ১৫ লাখ জনসাধৰণে দাখিল কৰিছে আৱেদনঃ অৰবিন্দ কেজৰিৱাল
author img

By

Published : Apr 17, 2020, 9:49 AM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ বৃহস্পতিবাৰে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ব্যক্তি সকলক বিনামূলীয়াকৈ ৰেচন বিতৰণৰ বাবে ই-কুপন প্ৰদান কৰে দিল্লী চৰকাৰে । ৰাজ্যখনৰ ১৫ লাখ ব্যক্তিয়ে ই-কুপনৰ বাবে আবেদন কৰা বুলি সদৰী কৰে মুখ্যমনন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

অৰবিন্দ কেজৰিৱাল
বিনামূলীয়া ৰেচনৰ বাবে ১৫ লাখ জনসাধৰণে দাখিল কৰিছে আৱেদনঃ অৰবিন্দ কেজৰিৱাল

কেজৰিৱালে কয় যে, "আমি সকলোৱে একত্ৰিত হৈ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ ইজনে-সিজনক সহায় কৰিব লাগিব। দিল্লী চৰকাৰে প্ৰতিদিনে প্ৰায় ১০ লাখ জনসাধাৰণৰ মাজত বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰিছে । আৱশ্যক হ'লে কেজৰিৱাল চৰকাৰে ২০ লাখ দৰিদ্ৰ জনসাধৰণৰ মাজত খাদ্য বিতৰণ কৰিবলৈ প্ৰস্তুত ।

১৫ এপ্ৰিল তথা বুধবাৰে কেজৰিৱাল চৰকাৰে ৯ লাখ জনসাধাৰণৰ বাবে দুপৰীয়া আৰু ৰাতিৰ আহাৰ প্ৰস্তুত কৰে

যিটো সময়ত বিনামূলীয়া খাদ্যৰ বাবে আগবঢ়োৱা ই-কুপন সন্দৰ্ভত দিল্লী চৰকাৰৰ এই ব্যৱস্থাৰ ওপৰত বহুতে প্ৰশ্ন উত্থাপন কৰিছে সেই সময়তে দিল্লীৰ ১৫ লাখ জনসাধাৰণে ই-কুপনৰ বাবে আৱেদন জনাইছে বুলি মন্তব্য কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে । আনহাতে, দৰিদ্ৰ তথা আশ্ৰয়হীন লোকক প্ৰয়োজন অনুসৰি ৰাজ্যবাসীক সহায় কৰিবলৈ অনুৰোধ জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । ইণ্টাৰনেট ব্যৱহাৰকাৰীক বৰ্তমান পৰিস্থিতি সন্দৰ্ভত দৰিদ্ৰ জনসাধাৰণক অৱগত কৰিবলৈ আহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে চাওকঃ পুনৰ অখিল গগৈৰ বিৰুদ্ধে NIA আদালতত গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.