ETV Bharat / bharat

ক'ভিড কেয়াৰ চেন্টাৰত কিশোৰীক যৌন নিৰ্যাতন

author img

By

Published : Jul 24, 2020, 10:44 AM IST

কিশোৰীগৰাকীৰ গোচৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে যুৱক দুজনক কৰায়ত্ত কৰি ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ৷

14-year-old Covid positive girl sexually assaulted by anothe patient at care centre
ক'ভিড কেয়াৰ চেন্টাৰত কিশোৰীক যৌন নিৰ্যাতন

দিল্লী, 24 জুলাই : দিল্লী পুনৰ সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা ৷ দক্ষিণ দিল্লীৰ ছত্ৰপুৰৰ চৰ্দাৰ পেটেল ক'ভিড কেয়াৰ চেন্টাৰত সংঘটিত হৈছে এই ঘটনা ৷ ক'ভিড কেয়াৰ চেন্টাৰৰ ভিতৰত 15 জুলাই নিশা এগৰাকী 15 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলায় দুই যুৱকে ৷ দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰে এই কথা ৷

ঘটনাৰ সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ৷ কিশোৰীগৰাকীৰ গোচৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে যুৱক দুজনক কৰায়ত্ত কৰি ন্যায়িক জিম্মাত প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : সোণলৈ উন্নীত জাকাৰ্টা এছিয়ান গেমছত জয় কৰা ভাৰতৰ ৰূপৰ পদকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.