ETV Bharat / sports

চেম্পিয়নছ ট্ৰফী 2025; কোন দলৰ নেতৃত্বত কোন ? সম্পূৰ্ণ দলৰ তালিকা জানি লওক - ICC CHAMPIONS TROPHY 2025

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে ঘোষণা কৰা ৬ টা দলৰ অধিনায়কৰ নাম আৰু সম্পূৰ্ণ দলকেইটাৰ বিষয়ে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

icc champions trophy 2025
চেম্পিয়নছ ট্ৰফী 2025 (AFP)
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2025, 2:15 PM IST

নতুন দিল্লী : আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ আয়োজন কৰিছে বৰ্তমানৰ চেম্পিয়ন পাকিস্তানে । ৮ বছৰৰ মূৰত পুনৰ অনুষ্ঠিত হ'বলৈ আগবঢ়া প্ৰতিযোগিতাখনৰ এইবাৰৰ সংস্কৰণত মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিব । এই দলকেইটাৰ মাজত মুঠ ১৫ খন মেচ অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে চেম্পিয়নছ ট্ৰফীৰ প্ৰথম সংস্কৰণ ১৯৯৮ চনত বাংলাদেশত অনুষ্ঠিত হৈছিল । উদ্বোধনী সংস্কৰণত চেম্পিয়নৰ মুকুট শিৰোধান কৰিছিল দক্ষিণ আফ্ৰিকাই । আনহাতে, ভাৰত আৰু শ্ৰীলংকাই ২০০২ চনত এই সন্মান যুটীয়াভাৱে দখল কৰিছিল । ইয়াৰ পিছত ৱেষ্ট ইণ্ডিজ (২০০৪), অষ্ট্ৰেলিয়া (২০০৬ আৰু ২০০৯) আৰু ভাৰতেও (২০১৩) এই খিতাপ দখল কৰিছিল । শেহতীয়াকৈ পাকিস্তানে ২০১৭ চনত চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখল কৰিছিল ।

আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ কোনটো গ্ৰুপত কোন দল

এইবাৰৰ প্ৰতিযোগিতাৰ ৮ টা দলক দুটা গ্ৰুপত বিভক্ত কৰা হৈছে ।

গ্ৰুপ এ : ভাৰত, পাকিস্তান, বাংলাদেশ, নিউজীলেণ্ড

গ্ৰুপ বি : আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা

১৯ ফেব্ৰুৱাৰীত পাকিস্তান আৰু নিউজীলেণ্ডৰ মাজত উদ্বোধনী মেচৰ সৈতে চেম্পিয়নছ ট্ৰফী ২০২৫ আৰম্ভ হ'ব । প্ৰথমখন ছেমি ফাইনেল ৪ মাৰ্চত ডুবাইত আৰু দ্বিতীয়খন ৫ মাৰ্চত লাহোৰত অনুষ্ঠিত হ'ব । আনহাতে, ফাইনেল মেচ ৯ মাৰ্চত অনুষ্ঠিত হ'ব । ফাইনেলত ভাৰতৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি ডুবাই বা লাহোৰ সম্ভাৱ্য স্থান হ'ব । ভাৰতে পাকিস্তানত খেলিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ পিছত প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হৈছে ।

চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বা যোগ্যতা অৰ্জন কৰা ৮ টা দল

ইতিমধ্যে মুঠ আঠটা দলৰ ভিতৰত ৬ টা দলে চেম্পিয়নছ ট্ৰফীৰ বাবে দল ঘোষণা কৰিছে । অৱশ্যে ভাৰত আৰু পাকিস্তানে এতিয়াও চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বাবে তেওঁলোকৰ দল ঘোষণা কৰিবলৈ বাকী আছে । অষ্ট্ৰেলিয়াই সোমবাৰে এই মেগা প্ৰতিযোগিতাখনৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে ।

গ্ৰুপ এ

ভাৰতীয় দল : এতিয়াও ঘোষণা কৰা হোৱা নাই ।

পাকিস্তানী দল : এতিয়াও ঘোষণা কৰা হোৱা নাই ।

নিউজীলেণ্ড : মিচেল চেণ্টনাৰ (অধিনায়ক), মাইকেল ব্ৰেছৱেল, মাৰ্ক চেপমেন, ডেভন কনৱে, লকি ফাৰ্গুচন, মেট হেনৰী, টম লাথাম, ডেৰিল মিচেল, উইল অ'ৰাউৰকে, গ্লেন ফিলিপছ, ৰাচিন ৰবীন্দ্ৰ, বেন চিয়ৰ্ছ, নাথান স্মিথ, কেন উইলিয়ামচন, উইল ইয়ং ।

বাংলাদেশ দল : নজমুল হুছেইন শান্তো (অধিনায়ক), সৌম্য সৰকাৰ, তানজিদ হাছান, তৌহিদ হৃদয়, মুশফিকুৰ ৰহিম, মোঃ মাহমুদুল্লাহ, জেকাৰ আলী আনিক, মেহিদী হাছান মিৰাজ, ৰিছাদ হোছেইন, তস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, পাৰভেজ হোছেইন ইমন, নচুম আহমেদ, তানজিম হাছান চাকিব, নাহিদ ৰাণা ।

গ্ৰুপ বি

ইংলেণ্ড : জছ বাটলাৰ (অধিনায়ক), জোফ্ৰা আৰ্চাৰ, গছ এটকিনছন, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্চে, বেন ডাকেট, জেমি অভাৰটন, জেমি স্মিথ, লিয়াম লিভিংষ্টোন, আদিল ৰছিদ, জো ৰুট, চাকিব মাহমুদ, ফিল চল্ট, মাৰ্ক উড ।

আফগানিস্তান : হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), ইব্ৰাহিম জাদৰান, ৰহমানুল্লাহ গুৰবাজ, চেদিকুল্লাহ আটাল, ৰহমত শ্বাহ, ইক্ৰাম আলিখিল, গুলবাদিন নাইব, আজমতুল্লাহ ওমৰজাই, মহম্মদ নবী, ৰছিদ খান, এ এম গজানফাৰ, নুৰ আহমেদ, ফজলহক ফাৰুকী, ফৰিদ মালিক, নাভিদ জাদ্ৰান।

অষ্ট্ৰেলিয়া : পেট কামিন্স (অধিনায়ক), এলেক্স কেৰী, নাথান এলিছ, এৰন হাৰ্ডি, জছ হেজলউড, ট্ৰেভিছ হেড, জছ ইংগলিছ, মাৰ্নাছ লাবুচাগনে, মিচেল মাৰ্শ, গ্লেন মেক্সৱেল, মেট শ্বৰ্ট, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, মাৰ্কছ ষ্টইনিছ, এডাম জাম্পা ।

দক্ষিণ আফ্ৰিকা দল : টেম্বা বাভুমা (অধিনায়ক), টনি ডি জৰ্জি, মাৰ্কো জানচন, হেনৰিক ক্লাছেন, কেশৱ মহাৰাজ, এডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ, ৱিয়ান মুল্ডাৰ, লুঙ্গি এনগিড়ি, এনৰিক নৰ্টজে, কাগিচো ৰাবাডা, ৰিয়ান ৰিকল্টন, টবৰেজ চামচি, ট্ৰিষ্টান ষ্টবচ, ৰাছি ভান ডাৰ ডুছেন ।

লগতে পঢ়ক :২০৩৬ অলিম্পিকৰ বাবে সাজু ভাৰত, এইকেইখন চহৰত অনুষ্ঠিত হ'ব খেল ! - INDIA PROPOSES TO HOST OLYMPICS
লগতে পঢ়ক :BCCIৰ নতুন সচিব অসম সন্তান দেৱজিৎ লন শ‍‍ইকীয়া - DEVAJIT LON SAIKIA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.