ETV Bharat / bharat

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Sep 9, 2020, 11:04 AM IST

জন্মাষ্টমী উপলক্ষে শতকোটি নমন ত্ৰি-জগতৰ পতিগৰাকীলৈ

আজি আকাশে-বতাহে বিয়পি পৰিব হৰি নামৰ অমিয়া ধ্বনি ৷ কিয়নো আজি কৃষ্ণ জন্মাষ্টমী ৷ কৃষ্ণ জন্মাষ্টমী উপলক্ষে অসমৰ ভিন্ন প্ৰান্তৰ নামঘৰ সমূহ আজি মুখৰিত হৈ পৰিব কৃষ্ণৰ গুণানু কীৰ্তনেৰে ৷

ক’লাজলত আটক চিলনী চোৰ

আৰক্ষীৰ জালত পৰিল দীৰ্ঘদিন ধৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ত্ৰাসৰ সৃষ্টি কৰা দুই চিলনী চোৰ ৷ ৰাইজৰ সহযোগত কমলপুৰ আৰক্ষীয়ে আটক কৰিছে চোৰ দুটাক ৷

ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত ৰে'ল কৰ্মচাৰীৰ প্ৰতিবাদ

মঙলবাৰে মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ লগতে কেইবাটাও ৰে'ল কৰ্মচাৰী সংগঠনে ৷ ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰে'ল কৰ্মচাৰী সকলে ৷

গ্ৰেপ্তাৰ হ'ল ৰিয়া চক্ৰৱৰ্তী !

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে 85 দিন অতিক্ৰম কৰিছে ৷ এই ঘটনাৰ তদন্তক কেন্দ্ৰ কৰি মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ মাজত সংঘাতো পৰিলক্ষিত হৈছিল ৷

মৰিগাঁৱত আধাৰ কাৰ্ড সংগ্ৰহৰ নামত ভংগ COVID প্ৰট'কল

মৰিগাঁৱৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত দেখিবলৈ পোৱা গৈছে ৰাইজৰ লানি নিছিগা সোঁত ৷ COVID-19 ৰ প্ৰট'কল ভংগ কৰি পৰিলক্ষিত হোৱা লোকসকলৰ মাজত চলিছে আধাৰ কাৰ্ড সংগ্ৰহৰ নামত এক অঘোষিত প্ৰতিযোগিতা ৷

‘কা’ বাতিলৰ দাবীৰে টিংখাঙৰ ৰাজগড়ত প্ৰতিবাদ

টিংখাঙত ‘কা’ বিৰোধী ঐক্য মঞ্চৰ উদোগত মানৱ শৃংখল ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত মানৱ শৃংখল কাৰ্যসূচী ৷ ‘কা’ বাতিল নকৰা পৰ্যন্ত আন্দোলন আৰু অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে মানৱ শৃংখলৰ উদ্যোক্তা ‘কা’ বিৰোধী ঐক্য মঞ্চই ।

ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত

মঙলবাৰে কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হ’ল সমগ্ৰ ৰাজ্য ৷ ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰ্যত কৰা হেমাহিৰ বিৰুদ্ধে কংগ্ৰেছে ৰাজ্যজুৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদত ভিন্ন প্ৰান্তত দলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

সুস্থ সন্তান জন্ম দিলে কৰ'ণাত আক্ৰান্ত মহিলাই

বাক্সাত এতিয়ালৈকে 1,936 গৰাকী ব্যক্তিৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ৷ ইয়াৰে 731 গৰাকী ৰোগী বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 11 গৰাকীৰ মৃত্যু ঘটিছে ৷

ৱশেষত ভাৰতীয় যুৱকক বন্দী কৰি নিয়াৰ কথা স্বীকাৰ চীনা সৈন্যৰ

ভাৰতীয় সেনালৈ হটলাইন মেছেজত সীমান্তৰ মেকমোহন লাইনৰ পৰা ৫জন ভাৰতীয়ক চীনা সৈন্যই সীমান্তত উদ্ধাৰ কৰিছে বুলি স্বীকাৰ কৰিছে ।

ভাৰতীয় সেনাৰ হটলাইন বাৰ্তাৰ উত্তৰ দিয়া নাই চীনা সৈন্যই

ভাৰত-চীন সংঘাত ৷ চীনৰ পিপ'লচ্ লিবাৰেশ্যন আৰ্মীৰ অৰুণাচলী যুৱকক অপহৰণ ৷ ভাৰত-চীন সীমান্তত কোনো সীমা নথকাৰ বাবেই হ'বলৈ পালে এই ঘটনা ৷ ঘটনাক লৈ ভাৰতীয় সেনাৰ হটলাইন বাৰ্তা প্ৰেৰণ ৷ আজিৰ তাৰিখলৈকে নাহিল কোনো প্ৰত্যুত্তৰ ৷ সীমান্তত ফায়াৰিং ৷ ৰঙা চীনে LAC ৰ নিয়ম বাৰে বাৰে ভংগ কৰাৰ অভিযোগ ভাৰতীয় সেনাৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.