ETV Bharat / bharat

Ammunition recovered in Jharkhand : ঝাৰখণ্ডত মাৰণাস্ত্ৰ উদ্ধাৰ

author img

By

Published : Dec 27, 2021, 7:27 AM IST

ঝাৰখণ্ডৰ হাজাৰিবাগত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ (Ammunition recovered in Jharkhand) ৷ জব্দ কৃত সামগ্ৰীবোৰৰ ভিতৰত আছে ৭০ টা ডিট’নেটৰ আৰু সজীৱ গুলী ।

Ammunition recovered in Jharkhand
ঝাৰখণ্ডত মাৰণাস্ত্ৰ উদ্ধাৰ

নেশ্যনেল ডেস্ক, 27 ডিচেম্বৰ : ঝাৰখণ্ডৰ ঘন জংঘলত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ (Ammunition recovered in Jharkhand) ৷ হাজাৰিবাগ অঞ্চলৰ ঘন বনাঞ্চলত উদ্ধাৰ হোৱা এই মাৰণাস্ত্ৰসমূহ এটা শিলৰ তলত লুকুৱাই থোৱা হৈছিল ৷ মাওবাদী অধ্যুষিত অঞ্চলটোত এই মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ সূত্ৰই এটা কথা স্পষ্ট কৰিছে যে, কোনো কূটনৈতিক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্দেশ্যে মাওবাদীসকলে এই মাৰণাস্ত্ৰসমূহ এনেদৰে লুকুৱাই ৰাখিছিল ৷

মাওবাদীসকলে হাজাৰিবাগৰ লগতে সমীপৰ চাত্ৰা জিলাত এই কূটনৈতিক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷

শনিবাৰে নিশা কেৰেডাৰী থানাৰ অন্তৰ্গত এই জংঘলৰ পৰা জব্দ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে ৭০ টা ডিট’নেটৰ আৰু সজীৱ গুলী ৷ মাৰণাস্ত্ৰসমূহ উদ্ধাৰ নোহোৱালৈকে এই অভিযান চলি আছিল বুলি সদৰী কৰিছে জিলা আৰক্ষী অধীক্ষক মনোজ ৰতন চৌথে ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে আটকাধীন এগৰাকী মাওবাদীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি এই অভিযান চলিছিল বুলি প্ৰকাশ কৰে ৷

লগতে চাওক: Minor girl raped in Moradabad : মোৰাদাবাদত ৭ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.