ETV Bharat / bharat

গুজৰাটত অগ্নিকাণ্ডত নিহত 6 জন ক’ভিড ৰোগী

author img

By

Published : Nov 27, 2020, 1:42 PM IST

গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ বাবে নিৰ্দেশ দিছে ।

6 COVID-19 patients killed as fire breaks out at Rajkot hospital
গুজৰাটত অগ্নিকাণ্ডত নিহত 6 জন ক’ভিড ৰোগী

নিউজ ডেস্ক, 27 নৱেম্বৰ: গুজৰাটৰ ৰাজকোটৰ শিৱানন্দ ক’ভিড হাস্পতালৰ আইচিইউত বৃহস্পতিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত হাস্পতালখনত চিকিৎসাধীন হৈ থকা 6 জন ক’ৰণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় । অৱশ্যে চিকিৎসালয়ত চিকিৎসা কৰি থকা আন 27 জন ক’ৰণা আক্ৰান্ত ৰোগীক অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷ গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে এই ঘটনাত শোক প্ৰকাশ কৰিছে ৷ তেওঁ লগতে অগ্নিকাণ্ডৰ ঘটনাৰ উচিত তদন্ত কৰাৰ বাবে নিৰ্দেশ দিছে । আনহাতে অগ্নিকাণ্ডৰ পৰা উদ্ধাৰ কৰা ৰোগীসকলক অন্যান্য ক’ভিড চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক: ভাৰতীয় ৰেলৱে'ৰ পৰা আটক 14 ৰোহিংগীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.