ETV Bharat / bharat

Diet For Kids: কম্পিউটাৰতকৈও অধিক বেগেৰে কাম কৰিব আপোনাৰ শিশুটিৰ মগজু ! মাত্ৰ খাবলৈ দিয়ক এই ৪বিধ খাদ্য

author img

By

Published : May 4, 2023, 10:48 AM IST

যদি আপুনি আপোনাৰ সন্তানৰ খাদ্যাভ্যাসৰ ওপৰত দৃষ্টি নাৰাখে, তেন্তে তেওঁলোকে নিশ্চিতভাৱে কিবা ভুল খাদ্য গ্ৰহণ কৰিব আৰু এনে কৰাত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশত সমস্যাৰ সৃষ্টি হ’ব পাৰে, গতিকে জানো আহক আপুনি আপোনাৰ সন্তানটিক কোনবোৰ খাদ্য খাবলৈ দিয়া উচিত ।

4 superfoods to fuel your child's brain development
কম্পিউটাৰতকৈও অধিক বেগেৰে কাম কৰিব আপোনাৰ শিশুটিৰ মগজু! মাত্ৰ খাবলৈ দিয়ক এই ৪বিধ ছুপাৰফুড

প্ৰতিজন পিতৃ-মাতৃৰ ইচ্ছা যে তেওঁলোকৰ সন্তান মানসিকভাৱে তীক্ষ্ণ হওক, কাৰণ মগজুৰ সঠিক বিকাশ এটি শিশুৰ বাবে প্ৰয়োজনীয় । যদি আপুনি আৰম্ভণিৰে পৰা আপোনাৰ সন্তানটিৰ খাদ্যৰ প্ৰতি যত্ন লয় তেন্তে আপোনাৰ সন্তানটিও শাৰীৰিক তথা মানসিকভাৱে বিকাশিত হ'ব (Healthy Food For Kids)।

শিশুৰ শাৰীৰিক তথা মানসিক বিকাশৰ বাবে সুষম খাদ্যৰ অতিকৈ প্ৰয়োজন (Kids Superfood)। প্ৰায়ে সৰু ল’ৰা-ছোৱালীয়ে টেঙা বা মিঠা বস্তু খাবলৈ ভাল পায় (Diet For Kids)। সোৱাদত ই যিমানেই ভাল দেখা নহওঁক কিয় স্বাস্থ্যৰ বাবে কিন্তু ই একেবাৰেই ভাল নহয় । সেয়ে জানো আহক সেই ছুপাৰফুড সমূহৰ বিষয়ে যিসমূহ আপুনি আপোনাৰ সন্তানক খুওৱাটো উচিত (Foods For Children)।

এই খাদ্যসমূহ শিশুক খুৱাওক

১/ গাখীৰ

গাখীৰক কোনো কাৰণ নোহোৱাকৈ সম্পূৰ্ণ খাদ্য বুলি কোৱা নহয় । সেই সকলোবোৰ পুষ্টিকৰ উপাদান ইয়াত থাকে যিটো আমাৰ সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে অতি গুৰুত্বপূৰ্ণ । ভিটামিন ডি, ফছফৰাছ, কেলচিয়াম আৰু আন বহুতো পুষ্টিকৰ উপাদান ইয়াত থাকে । সেইবাবেই ল’ৰা-ছোৱালীক খুৱাই দিয়াটো কমাব নালাগে ।

২/ কণী

কণী সকলো বয়সৰ মানুহৰ বাবে ছুপাৰফুডৰ দৰে (Super Healthy Kids)। যেতিয়া আপোনাৰ সন্তানৰ বয়স এবছৰ হ’ব তেতিয়া আপুনি তেওঁক কণী খুৱাব । ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ'টিন, ভিটামিন-B, ভিটামিন-D, ওমেগা-3 ফেটি এচিড আৰু ফলিক এচিড থাকে, যাৰ ফলত শিশুৰ মানসিক বিকাশ সঠিক হয় ।

৩/ শুকান ফল

কাজু, আলমণ্ড, শুকান ডিমৰু আৰু আখৰোটৰ দৰে শুকান ফল আমাৰ ল’ৰা-ছোৱালীৰ বাবে অতি উপকাৰী, ই কেৱল তেওঁলোকৰ মন চোকা কৰাই নহয় শৰীৰত যথেষ্ট শক্তিও প্ৰদান কৰে । সেইবাবেই কম পৰিমাণে সেৱন কৰি থাকিব (Toddler Superfoods)।

৪/ সেউজীয়া শাক-পাচলি

সেউজীয়া শাক-পাচলি আমাৰ আৰু শিশুৰ স্বাস্থ্যৰ বাবে উপকাৰী, ই শৰীৰত বহু ধৰণৰ পুষ্টিকৰ উপাদান যোগান ধৰে । শিশুৰ দৈনন্দিন খাদ্য তালিকাত কচু, ব্ৰকলি, কবি আদি বস্তু অন্তৰ্ভুক্ত কৰিব লাগিব (Healthy Choices For Kids)।

লগতে পঢ়ক: Yoga Asanas: বিভিন্ন ৰোগৰ পৰা শৰীৰটোক ৰক্ষা কৰিবলৈ এইসমূহ সৰল যোগাসনৰ দ্বাৰা কৰক দিনটোৰ আৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.