thumbnail

নগাঁৱত পুৰণি সতীৰ্থৰ বিৰুদ্ধে সমুখ সমৰত : ই টিভিক বহু কথাই ক’লে প্ৰদ্যুৎ বৰদলৈয়ে - LOK SABHA ELECTION 2024

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 4:38 PM IST

নগাঁও, 26 মাৰ্চ: জয়ী হ’লে সংসদত কি কি মূল ইছ্যু উত্থাপন কৰিব প্ৰদ্যুৎ বৰদলৈয়ে ? ডি ভোটাৰ আৰু উচ্ছেদ প্ৰসংগক লৈ কি স্থিতি হ'ব প্ৰদ্যুৎ বৰদলৈৰ ? প্ৰাক্তন কংগ্ৰেছী তথা বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ বিৰুদ্ধে কি ৰণকৌশল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ? নগাঁৱৰ তিনি কংগ্ৰেছ বিধায়কে সঁচাকৈয়ে একাষৰীয়া কৰিব বিচাৰিছে নেকি প্ৰদ্যুৎ বৰদলৈক ? সমষ্টি পুনৰনিৰ্ধাৰণৰ পিচত নগাঁও লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা চামগুৰি, ৰূপহীহাট, ধিং সমষ্টিৰ মূল সমস্যাৰ বিষয়ে অৱগতনে প্ৰদ্যুৎ বৰদলৈ ?

বিগত সময়ত ভোটাৰৰ পৰা আঁতৰি আছিল নেকি প্ৰদ্যুৎ বৰদলৈ ? কিয় প্ৰদ্যুৎ বৰদলৈ সন্ধানহীন বুলি পোষ্টাৰিং হৈছিল নগাঁৱত ? উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত কিয় নিজকে প্ৰথমজন সাংসদ বুলি ক’লে প্ৰদ্যুৎ বৰদলৈয়ে ? এইবাৰ নিৰ্বাচনত কোন হ'ব প্ৰদ্যুৎ বৰদলৈৰ প্ৰতিদ্বন্দ্বী ? এ আই ইউ ডি এফ সন্দৰ্ভত কি কয় তেওঁ ?

ই টিভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত এই সকলো প্ৰশ্নৰ উত্তৰ দিলে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷

লগতে পঢ়ক: মোৰ কিন্তু মনত পৰিলে তেওঁ তিষ্ঠি থাকিব নোৱাৰিব, মুখ্যমন্ত্ৰীক কিয় এনেকৈ ক'লে ৰকিবুলে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.