ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 14TH NOVEMBER 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (Etv Bharat)
author img

By ETV Bharat Lifestyle Team

Published : 18 hours ago

মেষ ৰাশি: দিনটো প্ৰাণৱন্ত অনুভৱ কৰিব । নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে দিনটো শুভ ৷ ভ্ৰমণৰ যোগ । মনোযোগ আৰু দৃঢ়তাৰ অভাৱ হ'ব পাৰে । পানীৰ পৰা আঁতৰত থাকক ।

বৃষ ৰাশি: এটা সাধাৰণ দিন । বন্ধুবৰ্গৰ সৈতে খেল-ধেমালী বা মনোৰঞ্জন কৰি আনন্দেৰে সময় কটোৱাৰ সম্ভাৱনা আছে । ধন সঞ্চয় কৰক অন্যথা ভৱিষ্যতে বিত্তীয় সমস্যা হ'ব পাৰে ৷

মিথুন ৰাশি: মন আনন্দময় হৈ থাকিব ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে অধিক সময় কটাওক । সুস্বাদু আহাৰ গ্ৰহণ কৰা আৰু বজাৰলৈ যোৱাৰ সম্ভাৱনা আছে । কৰ্মস্থলীত, সকলো আপোনাৰ পৰিকল্পনা মতে আগবঢ়াৰ সম্ভাৱনা আছে,আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা । নেতিবাচক চিন্তা মনলৈ আহিব নিদিব ।

কৰ্কট ৰাশি: আয়তকৈ ব্যয় অধিক হোৱাৰ সম্ভাৱনা ৷ সেয়ে ভাবি চিন্তি ব্যয় কৰক । চকুৰ সমস্যাত ভূগিব পাৰে, অধিক ক্ষতি নহ'বৰ বাবে চিকিৎসকৰ ওচৰলৈ যাওক । ক্ৰোধ আৰু জিভাক নিয়ন্ত্ৰণত ৰাখক অন্যথা বিপদৰ সন্মূখীন হ'ব পাৰে । দিনটোৰ পিছৰ ভাগত শান্তি আৰু ধৈৰ্যৰে পৰিস্থিতি সুস্থিৰ হোৱাৰ আশা কৰিব পাৰে । আৰ্থিক স্থিতি উন্নত হোৱাৰ সম্ভাৱনা । এটা দীঘলীয়া দিনৰ অন্তত আৰাম কৰক আৰু নেতিবাচক চিন্তা মনলৈ নানিব ।

সিংহ ৰাশি: আপোনাৰ দিনটো মধ্যমীয়া স্থিতিত আছে ৷ দিনৰ প্ৰথমভাগটো ব্যক্তিগত আৰু পেচাগত দুয়ো ক্ষেত্ৰতে, ভাল খবৰেৰে পূৰ্ণ হ'ব । লাভজনক খবৰ শুনি উত্‍সাহিত অনুভৱ কৰিব । আয় আৰু অন্য আৰ্থিক উত্‍স বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । সন্তানৰ ভৱিষ্যতৰ বাবে অত্যধিক চিন্তা হ'ব পাৰে যাৰ ফলত স্বাস্থ্যৰ অৱনতি হ'ব পাৰে ।

কন্যা ৰাশি: দিনটো শুভ । পৰিয়ালৰ সৈতে বান্ধোন অধিক শক্তিশালী হ'ব ৷ বন্ধু আৰু আত্মীয়ক লগ পাব আৰু আনন্দৰ আদান-প্ৰদান হ'ব । কৰ্মত সফলতা আৰু জ্যেষ্ঠসকলক প্ৰভাম্বিত কৰিব । বিবাহৰ যোগ । ক্ৰোধক নিয়ন্ত্ৰণত ৰাখক । যান-বাহন চলাওতে সাৱধান হ'ব ।

তুলা ৰাশি: চিন্তা বৃদ্ধি পাব । কৰ্মস্থলীতো, পৰিস্থিতি আপোনাৰ পক্ষে নাথাকিব পাৰে ৷ জ্যেষ্ঠসকল আপোনাৰ কামৰ বাবে নিৰাশ হ'ব । দিনটোৰ পিছৰ ভাগত আপোনাৰ গ্ৰহসমূহ সক্ৰিয় হ'ব । জ্যেষ্ঠসকলৰ সৈতে আপোনাৰ সম্বন্ধ উন্নত হ'ব ৷ আপোনাৰ ভাল কামৰ বাবে প্ৰশংসা লাভ কৰিব । শান্তিময়ভাৱে দিনটোৰ অন্ত পৰিব ।

বৃশ্চিক ৰাশি: ধৰ্মীয় কাৰ্য-কলাপে আজিৰ দিনটোৰ অপ্ৰত্যাশিত দুঃভাগ্যজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰা সম্ভাৱনা আছে । অস্থিৰতা আৰু বিৰক্ততা অনুভৱ কৰিব পাৰে ৷ যিকোনো কথা কোৱাৰ পূৰ্বে সাৱধান হ'ব অন্যথা বিপদত পৰিব পাৰে । স্বাস্থ্যৰ যত্ন লওক ৷

ধনু ৰাশি: দিনটো মধ্যমীয়া । পুৱা আনন্দময় আৰু প্ৰাণৱন্ত অনুভৱ কৰিব । ঘৰৰ পৰিবেশ শান্তিপূৰ্ণ হ'ব । সহকৰ্মীৰ সৈতে মনোমালিন্য ঘটিব পাৰে ৷

মকৰ ৰাশি: মধুৰ বাক্যৰে বিবাদৰ অন্ত পেলাব পাৰিব । ঘৰৰ পৰিবেশ শান্ত আৰু উত্‍সাহজনক হৈ থাকিব । সন্মান আৰু খ্যাতি বৃদ্ধি পাব । আৰ্থিক লাভৰ সম্ভাৱনা । নতুন বাহন ক্ৰয়ৰ যোগ ।

কুম্ভ ৰাশি: সৃজনশীল শক্তিৰ উদ্ভৱ হ'ব । সন্তানৰ ভৱিষ্যত সম্পৰ্কে বিভিন্ন চিন্তাই আমনি কৰিব ৷ মানসিক অৱসাদ অনুভৱ কৰিব । শান্ত হওক আৰু আৰাম কৰাৰ চেষ্টা কৰক । কৰ্মস্থলীত পৰিস্থিতি উন্নত থাকিব । সহকৰ্মীৰ সহায়-সহযোগিতা লাভ কৰিব ৷

মীন ৰাশি: এটা সাধাৰণ দিন । উদ্বিগ্নতাই আপোনাক বিভ্ৰান্তিত পেলাব পাৰে যাৰ বাবে কোনো সিদ্ধান্ত গ্ৰহণ কৰাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে । মাটি-বাৰী বা সম্পত্তি সম্পৰ্কে কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰা বিৰত থাকক । পাচন প্ৰক্ৰিয়াই সমস্যাৰ সৃষ্টি কৰিব পাৰে । বৰ্তমান ভ্ৰমণ নকৰাটোৱে মংগল ৷ শিক্ষাৰ্থীসকলৰ বাবে এটা স্বাভাৱিক দিন ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.