ETV Bharat / sports

ধোনী, বিৰাট আৰু ৰোহিতৰ লগতে ৰিয়ান পৰাগক ৰিটেইন; নিলামলৈ পন্ত, শ্ৰেয়ছ, ৰাহুল - IPL 2025

IPL retention 2025 list: বৃহস্পতিবাৰে প্ৰকাশ পালে আই পি এল 2025 ৰ খেলুৱৈসকলৰ ৰিটেইনচন তালিকা ৷ অসম সন্তান ৰিয়ান পৰাগৰো নাম আছে এই তালিকাত ৷

IPL 2025
আই পি এলৰ খেলুৱৈ ৰিটেইনচন তালিকা (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Nov 1, 2024, 10:21 AM IST

স্প’ৰ্টছ ডেস্ক: অনুৰাগীৰ উৎকণ্ঠাৰ ওৰ পেলাই প্ৰকাশ পালে আই পি এল 2025 ৰ খেলুৱৈৰ ৰিটেইনচন তালিকা ৷ নিয়ম অনুসৰি, একোটা দলে সৰ্বাধিক 6 গৰাকী খেলুৱৈক ৰিটেইন কৰিব পাৰে ৷ দলসমূহত সৰ্বাধিক 5 জন কেপড আৰু দুজন আনকেপড খেলুৱৈ থাকিব পাৰে ৷ অৱশ্যে সেয়া দেশী বা বিদেশী বুলি কোনো কথা নাই ৷

ফ্ৰেঞ্চাইজিৰ বাবে বৃহস্পতিবাৰে সকলো 6 টা শ্লট পূৰণ কৰাৰ প্ৰয়োজন নাছিল, কিয়নো নিলামত আৰ টি এম কাৰ্ডৰ জৰিয়তে ইয়াৰ দলত এজন পুৰণি খেলুৱৈক ৰিটেইন কৰিব পৰা যাব ৷

আই পি এল 2025 মেগা নিলামৰ বাবে সকলো ফ্ৰেঞ্চাইজিৰ হাতত মজুত আছে মুঠ 120 কোটি টকা ৷ আনকেপড খেলুৱৈৰ আধাৰ ধাৰণ মূল্য হৈছে 4 কোটি টকা ।

আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলৰ ক্ষেত্ৰত ফ্ৰেঞ্চাইজিবোৰে প্ৰথমগৰাকী ৰিটেইন খেলুৱৈৰ বাবে 18 কোটি টকা, দ্বিতীয়গৰাকীৰ বাবে 14 কোটি টকা, তৃতীয়গৰাকীৰ বাবে 11 কোটি টকা, চতুৰ্থগৰাকীৰ বাবে 18 কোটি টকা আৰু পঞ্চমগৰাকীৰ বাবে 14 কোটি টকা ব্যয় কৰিব লাগিব ।

ইয়াৰ অৰ্থ হৈছে যে যদি এটা দলে 5 গৰাকী আন্তৰ্জাতিক খেলুৱৈ আৰু এগৰাকী আনকেপড খেলুৱৈৰ সৰ্বাধিক সম্ভৱ সীমা বজাই ৰখাৰ সিদ্ধান্ত লয়, তেন্তে তেওঁলোকে ইতিমধ্যেই মজুত থকা 79 কোটি টকা ব্যয় কৰিলেহেঁতেন । ইয়াৰ পিছত দলবোৰে বাকী থকা ৰাশিৰ সৈতে মেগা নিলামত অংশগ্ৰহণ কৰিব ৷

আই পি এল 2025-ৰ বাবে 10 টা দলে ৰিটেইন কৰা খেলুৱৈসকলৰ তালিকা:

মুম্বাই ইণ্ডিয়ানছ

পাঁচবাৰৰ আই পি এল চেম্পিয়নৰ লগতে লীগৰ অন্যতম সফল দল মুম্বাই ইণ্ডিয়ানছে আই পি এল 2025 ৰ বাবে তেওঁলোকৰ শক্তিশালী লাইনআপ বজাই ৰাখিছে । এম আইয়ে এই খেলুৱৈসকলক ৰিটেইন কৰি ৰাখিছে ।

  1. ৰোহিত শৰ্মা
  2. হাৰ্দিক পাণ্ডিয়া
  3. যশপ্ৰীত বুমৰাহ
  4. সূৰ্যকুমাৰ যাদৱ
  5. তিলক বাৰ্মা

চেন্নাই চুপাৰ কিংছ

  1. ৰুতুৰাজ গায়কোৱাড়
  2. ৰবীন্দ্ৰ জাদেজা
  3. ৰচিন ৰবীন্দ্ৰ
  4. মাথিশা পাথিৰানা
  5. এম এছ ধোনী (আনকেপড)

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে অভিজ্ঞ খেলুৱৈ বিৰাট কোহলীক দলটোত অন্তৰ্ভুক্ত কৰি ৰাখিছে ৷ যিয়ে আৰ চি বি-ৰ হকে প্ৰথমটো খিতাপ জয় কৰিবলৈ নিজৰ শক্তি প্ৰদৰ্শন কৰিব ।

  1. বিৰাট কোহলী
  2. মহম্মদ চিৰাজ
  3. যশ দয়াল (আনকেপড)

কলকাতা নাইট ৰাইডাৰ্ছ

বৰ্তমানৰ আই পি এল চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে একাংশ খেলুৱৈক ৰিটেইন কৰি ৰাখিছে । কে কে আৰে তেওঁলোকৰ খিতাপ বিজয়ী অধিনায়ক শ্ৰেয়ছ আয়াৰক নিলামৰ বাবে মুকলি কৰি দিয়াত ক্ৰিকেটপ্ৰেমীসকল আচৰিত হৈ পৰে ৷ আই পি এলৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে যে কোনো দলে চেম্পিয়ন হোৱা অধিনায়কক ৰিটেইন কৰা নাই ।

  1. সুনীল নাৰায়ণ
  2. ৰিংকু সিং
  3. আন্দ্ৰে ৰাছেল
  4. হৰ্ষিত ৰাণা

দিল্লী কেপিটেলছ

প্ৰথম আই পি এল খিতাপ জয় কৰিবলৈ বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰা দিল্লী কেপিটেলছে এই খেলুৱৈসকলক দলত ধৰি ৰাখিছে ।

  1. কুলদীপ যাদৱ
  2. অক্ষৰ পেটেল

ৰাজস্থান ৰয়েলছ

ৰাজস্থান ৰয়েলছে জছ বাটলাৰ আৰু ট্ৰেণ্ট ব'ল্টৰ দৰে তাৰকাক এৰি দিলেও কিন্তু অসম সন্তান ৰিয়ান পৰাগক ৰিটেইন কৰিছে ৷ পৰৱৰ্তী সংস্কৰণৰ বাবে দলটোৱে ৰিটেইন কৰা খেলুৱৈসকল হৈছে ক্ৰমে

IPL 2025
ৰিয়ান পৰাগ (IANS Photo)
  1. সঞ্জু ছেমচন
  2. যশস্বী জয়ছোৱাল
  3. ৰিয়ান পৰাগ
  4. সন্দীপ শৰ্মা (আনকেপড)

লক্ষ্ণৌ চুপাৰ জায়েণ্টছ

এল এছ জিয়ে দলটোৰ অধিনায়ক কে এল ৰাহুলক মুকলি কৰি দিছে । দলটোৰ ৰিটেইনচন তালিকাখন এনেধৰণৰ

  1. নিকোলাছ পুৰণ
  2. ময়ংক যাদৱ
  3. ৰবি বিষ্ণৈই
  4. আয়ুষ বদোনী (আনকেপড)

গুজৰাট টাইটানছ

2022 চনৰ চেম্পিয়ন দলটোৱে যুৱ তাৰকাসকলৰ নেতৃত্বত এটা মূল গোট ধৰি ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । দলটোত থাকিব-

  1. শুভমন গিল
  2. ৰছিদ খান
  3. সাই সুদৰ্শন
  4. শ্বাহৰুখ খান
  5. ৰাহুল তেৱাটিয়া

ছানৰাইডাৰ্ছ হায়দৰাবাদ

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ লক্ষ্য হৈছে তেওঁলোকৰ লাইন আপত আন্তৰ্জাতিক মানদণ্ডৰ এক আভাষ অনা । আই পি এল 2024 ৰ ৰাণাৰ্ছ আপ হায়দৰাবাদে এই খেলুৱৈসকলক ধৰি ৰাখিছে ।

  1. পেট কামিন্স
  2. হেনৰিখ ক্লাসেন
  3. অভিষেক শৰ্মা
  4. ট্ৰেভিছ হেড

পঞ্জাৱ কিংছ

পঞ্জাৱ কিংছে মাত্ৰ দুজন খেলুৱৈক ধৰি ৰাখিছে । ইয়াৰ অৰ্থ হৈছে যে পঞ্জাৱে প্ৰায় 100 কোটি টকাৰ পাৰ্চ লৈ বৃহৎ নিলামত অংশগ্ৰহণ কৰিব ৷

  1. শশাংক সিং (আনকেপড)
  2. আশুতোষ শৰ্মা (আনকেপড)

লগতে পঢ়ক: কি কি নীতি প্ৰযোজ্য হ’ব আই পি এল 2025 ৰ ৰিটেনছনত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.