ETV Bharat / sports

আই পি এল মেগা নিলাম 2025; প্ৰথম দিনা চুক্তিবদ্ধ হোৱা খেলুৱৈসকলৰ সম্পূৰ্ণ তালিকা... - IPL AUCTION 2025

IPL Auction Day 1: আই পি এল নিলাম 2025 ৰ প্ৰথম দিনটোত কোন কোন খেলুৱৈৰ ওপৰত হ’ল ধনৰ বৰষুণ ? চাওক সম্পূৰ্ণ তালিকাখন...

IPL Auction 2025
আই পি এল মেগা নিলাম 2025 (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Nov 25, 2024, 1:05 PM IST

স্প’ৰ্টছ ডেস্ক: দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) মেগা নিলাম ৷ এই কাৰ্যসূচীৰ প্ৰথম দিনটোত জেদ্দাত 84 গৰাকী খেলুৱৈক বিড কৰা হৈছিল ।

ইয়াৰ ভিতৰত 72 গৰাকী খেলুৱৈক বিভিন্ন দলে ক্ৰয় কৰাৰ বিপৰীতে 12 গৰাকী খেলুৱৈয়ে নিলামৰ প্ৰথম দিনটোত কোনো ক্ৰেতা বিচাৰি পোৱা নাছিল ৷

ঋষভ পন্ত আই পি এল ইতিহাসৰ সৰ্বাধিক দামী খেলুৱৈত পৰিণত

এই নিলামৰ প্ৰথম দিনটোত বহু অভিলেখ ভংগ হোৱা দেখা যায় ৷ ভাৰতৰ বাওঁহতীয়া তাৰকা উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত আই পি এল ইতিহাসৰ সৰ্বাধিক ব্যয়বহুল খেলুৱৈত পৰিণত হোৱা দেখা যায় ৷

পন্তক লক্ষ্ণৌ চুপাৰ জায়েণ্টছে 27 কোটি টকাৰ অভিলেখ পৰিমাণত চুক্তিবদ্ধ কৰে ৷ খেলুৱৈগৰাকীৰ বাবে দিল্লী কেপিটেলছে 20 কোটি টকাৰ নিবিদা দিয়াৰ পিছত ব্যৱহাৰ কৰিছিল আৰ টি এম কাৰ্ড । অৱশেষত লক্ষ্ণৌৱে 27 কোটি টকাৰ চূড়ান্ত নিবিদাৰে পন্তক ক্ৰয় কৰে ।

শ্ৰেয়ছ আয়াৰৰ ওপৰত পঞ্জাৱ কিংছৰ ধনৰ বৰষুণ

কলকাতা নাইট ৰাইডাৰ্ছৰ পৰা মুকলি কৰা সোঁহতীয়া বেটছমেন তথা আই পি এল 2024 চেম্পিয়নৰ অধিনায়ক শ্ৰেয়ছ আয়াৰৰ ওপৰতো কৰা হৈছে যথেষ্ট পৰিমাণৰ ধনৰ বৰষুণ ৷

আয়াৰক ক্ৰয় কৰিবলৈ পঞ্জাৱ কিংছে তেওঁলোকৰ দুহাত উজাৰি দিয়া দেখা যায় ৷ তাৰপিছতে 26.75 কোটি টকাৰ বৃহৎ নিবিদাৰে খেলুৱৈগৰাকীক ফ্ৰেঞ্চাইজিটোৱে ক্ৰয় কৰে ৷ আয়াৰ হৈছে আই পি এল ইতিহাসৰ দ্বিতীয়গৰাকী সৰ্বাধিক ব্যয়বহুল খেলুৱৈ ৷

এই প্ৰতিবেদনত নিলামৰ প্ৰথম দিনা বিক্ৰী হোৱা সকলো খেলুৱৈৰ নামৰ লগতে কোনটো দলে কিমান পৰিমাণৰ ধনৰ বিনিময়ত খেলুৱৈসকলক ক্ৰয় কৰিছে, তাৰবিষয়ে উল্লেখ কৰা হৈছে-

আই পি এল নিলাম 2025 ৰ প্ৰথম দিনা চুক্তিবদ্ধ হোৱা খেলুৱৈসকলৰ তালিকা:

  1. অৰ্শদীপ সিং - পঞ্জাৱ কিংছ (আৰ টি এম) - 18 কোটি টকা
  2. কাগিচো ৰাবাডা - গুজৰাট টাইটানছ - 10 কোটি 75 লাখ
  3. শ্ৰেয়ছ আয়াৰ - পঞ্জাৱ কিংছ - 26.75 কোটি
  4. জছ বাটলাৰ - গুজৰাট টাইটানছ - 15 কোটি 75 লাখ
  5. মিচেল ষ্টাৰ্ক - ৰয়েছ চেলেঞ্জাৰ্ছ বেংগালুৰু - 11 কোটি 75 লাখ
  6. ঋষভ পন্ত – লক্ষ্ণৌ চুপাৰ জায়েণ্টছ – 27 কোটি
  7. মহম্মদ ছামী – ছানৰাইজাৰ্ছ হায়দৰাবাদ – 10 কোটি
  8. ডেভিদ মিলাৰ - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 7.5 কোটি
  9. যুজবেন্দ্ৰ চাহাল – পঞ্জাৱ কিংছ – 18 কোটি
  10. মহম্মদ চিৰাজ - গুজৰাট টাইটানছ - 12.25 কোটি
  11. লিয়াম লিভিংষ্টোন – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 8 কোটি 75 লাখ
  12. কে এল ৰাহুল – দিল্লী কেপিটেলছ – 14 কোটি
  13. হেৰী ব্ৰুক – দিল্লী কেপিটেলছ – 6.25 কোটি
  14. এডেন মাৰ্ক্ৰাম - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 2 কোটি
  15. ডেভন কনৱে - চেন্নাই চুপাৰ কিংছ - 6.25 কোটি
  16. ৰাহুল ত্ৰিপাঠী – চেন্নাই চুপাৰ কিংছ – 3.40 কোটি
  17. জেক ফ্ৰেজাৰ-মেকগুৰ্ক – দিল্লী কেপিটেলছ – 9 কোটি
  18. হৰ্ষল পেটেল - ছানৰাইজাৰ্ছ হায়দৰাবাদ - 8 কোটি
  19. ৰাচিন ৰবীন্দ্ৰ – চেন্নাই চুপাৰ কিংছ – 4 কোটি
  20. ৰবিচন্দ্ৰন অশ্বিন – চেন্নাই চুপাৰ কিংছ – 9.75 কোটি
  21. ভেংকটেশ আয়াৰ – কলকাতা নাইট ৰাইডাৰ্ছ – 23.75 কোটি
  22. মাৰ্নাছ ষ্টইনিছ – পঞ্জাৱ কিংছ – 11 কোটি
  23. মিচেল মাৰ্শ - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 3 কোটি 40 লাখ
  24. গ্লেন মেক্সৱেল – পঞ্জাৱ কিংছ – 4.20 কোটি
  25. কুইণ্টন ডি কক – কলকাতা নাইট ৰাইডাৰ্ছ – 3.4 কোটি
  26. ফিল চালছ - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু - 11 কোটি 50 লাখ
  27. ৰহমানুল্লাহ গুৰবাজ – কলকাতা নাইট ৰাইডাৰ্ছ – 2 কোটি
  28. ঈশান কিষাণ - ছানৰাইজাৰ্ছ হায়দৰাবাদ - 11 কোটি 25 লাখ
  29. জিতেশ শৰ্মা – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 11 কোটি
  30. জছ হেজলউড – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 12.50 কোটি
  31. প্ৰসিদ্ধ কৃষ্ণা - গুজৰাট টাইটানছ - 9.50 কোটি
  32. আবেশ খান - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 9 কোটি 75 লাখ
  33. অনৰিচ নৰ্টজে – কলকাতা নাইট ৰাইডাৰ্ছ – 6.5 কোটি
  34. জোফ্ৰা আৰ্চাৰ – ৰাজস্থান ৰয়েলছ – 12.50 কোটি
  35. খলিল আহমেদ – চেন্নাই চুপাৰ কিংছ – 4.80 কোটি
  36. টি নটৰাজন - দিল্লী কেপিটেলছ - 10 কোটি 75 লাখ
  37. ট্ৰেণ্ট ব'ল্ট – মুম্বাই ইণ্ডিয়ানছ – 12.5 কোটি
  38. মহেশ থীকশানা - ৰাজস্থান ৰয়েলছ - 4 কোটি 40 লাখ
  39. ৰাহুল চাহাৰ – পঞ্জাৱ কিংছ – 3.20 কোটি
  40. এডাম জাম্পা – ছানৰাইজাৰ্ছ হায়দৰাবাদ – 2 কোটি 40 লাখ
  41. ৱানিন্দু হাচাৰাংগা - ৰাজস্থান ৰয়েলছ - 5.25 কোটি
  42. নুৰ আহমেদ – চেন্নাই চুপাৰ কিংছ – 10 কোটি
  43. অথৰ্ব টাইড - ছানৰাইজাৰ্ছ হায়দৰাবাদ - 30 লাখ
  44. নেহাল ৱাধেৰা – পঞ্জাৱ কিংছ – 4.2 কোটি টকা
  45. অংকৃষ ৰঘুবংশী – কলকাতা নাইট ৰাইডাৰ্ছ – 3 কোটি টকা
  46. কৰুণ নায়াৰ - দিল্লী কেপিটেলছ - 50 লাখ
  47. অভিনৱ মনোহৰ – ছানৰাইজাৰ্ছ হায়দৰাবাদ – 3.2 কোটি টকা
  48. নিশান্ত সিন্ধু – গুজৰাট টাইটানছ – 30 লাখ টকা
  49. সমীৰ ৰিজৱী – দিল্লী কেপিটেলছ – 95 লাখ টকা
  50. নমন ধীৰ – মুম্বাই ইণ্ডিয়ানছ – 5.25 কোটি টকা
  51. আব্দুল চামাদ – লক্ষ্ণৌ চুপাৰ জায়েণ্টছ – 4.2 কোটি টকা
  52. হৰপ্ৰীত ব্ৰাৰ – পঞ্জাৱ কিংছ – 1.5 কোটি
  53. বিজয় শংকৰ - চেন্নাই চুপাৰ কিংছ - 1.20 কোটি
  54. মহিপাল লোমৰোৰ - গুজৰাট টাইটানছ - 1.70 কোটি
  55. আশুতোষ শৰ্মা – দিল্লী কেপিটেলছ – 3.8 কোটি
  56. কুমাৰ কুশগ্ৰা - গুজৰাট টাইটানছ - 65 লাখ
  57. ৰবীন মিঞ্জ - মুম্বাই ইণ্ডিয়ানছ - 65 লাখ
  58. অনুজ ৰাৱত - গুজৰাট টাইটানছ - 30 লাখ
  59. আৰ্যন জুৱেল - লক্ষ্ণৌ চুপাৰ জায়েণ্টছ - 30 লাখ
  60. বিষ্ণু বিনোদ - পঞ্জাৱ কিংছ - 95 লাখ
  61. ৰশ্বিখ দাৰ – ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু – 6.5 কোটি
  62. আকাশ মাধৱাল – ৰাজস্থান ৰয়েলছ – 1.20 কোটি
  63. মোহিত শৰ্মা – দিল্লী কেপিটেলছ – 2.20 কোটি
  64. বিজয় কুমাৰ বৈশ্য - পঞ্জাৱ কিংছ - 1.80 কোটি
  65. বৈভৱ অৰোৰা - কলকাতা নাইট ৰাইডাৰ্ছ - 1.80 কোটি
  66. যশ ঠাকুৰ - পঞ্জাৱ কিংছ - 1 কোটি 60 লাখ
  67. চিমৰণজিৎ সিং - ছানৰাইজাৰ্ছ হায়দৰাবাদ - 1.5 কোটি
  68. সুয়াশ শৰ্মা - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু - 2 কোটি 60 লাখ
  69. কৰ্ণ শৰ্মা - মুম্বাই ইণ্ডিয়ানছ - 50 লাখ
  70. ময়ংক মাৰ্কণ্ডে - কলকাতা নাইট ৰাইডাৰ্ছ - 30 লাখ
  71. কাৰ্তিকেয় সিং - ৰাজস্থান ৰয়েলছ - 30 লাখ
  72. মানৱ সুথাৰ - গুজৰাট টাইটানছ - 30 লাখ

আই পি এল নিলাম 2025 ৰ প্ৰথম দিনটোত চুক্তিবদ্ধ নোহোৱা খেলুৱৈৰ তালিকা:

  1. দেৱদত্ত পডিক্কাল
  2. ডেভিদ ৱাৰ্ণাৰ
  3. জনি বেয়াৰষ্টো
  4. ৱাকাৰ ছালামখেল
  5. আনমোলপ্ৰীত সিং (আনকেপড)
  6. যশ ধুল
  7. উৎকৰ্ষ সিং
  8. উপেন্দ্ৰ যাদৱ
  9. লাভনিথ চিছোদিয়া
  10. কাৰ্তিক ত্যাগী
  11. পীযুষ চাওলা
  12. শ্ৰেয়ছ গোপাল

লগতে পঢ়ক: ঠিকনা সলনি হ’ল কে এল ৰাহুলৰ; 14 কোটি টকাত ক্ৰয় দিল্লী কেপিটেলছৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.