ETV Bharat / politics

পলকতে চাও আহক দ্বিতীয় পৰ্যায়ৰ পাঁচটা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ 61 গৰাকী প্ৰাৰ্থী কোন কোন? - lok sabha election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: ৰাজ্যত পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক 24 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । দৰং-ওদালগুৰিত প্ৰতিদ্বন্দ্বিতা 11 গৰাকী প্ৰাৰ্থীৰ মাজত । ডিফু লোকসভা সমষ্টিত অৱতীৰ্ণ 5 গৰাকী প্ৰাৰ্থী । শিলচৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা 8 গৰাকী প্ৰাৰ্থীৰ মাজত । নগাঁও সমষ্টিত অৱতীৰ্ণ 13 গৰাকী প্ৰাৰ্থী। ইয়াৰ মাজত আছে কেইবাগৰাকীও হেভিৱেট প্ৰাৰ্থী ।

list of total 61 candidates of 2nd phase of lok sabha election 2024 in assam
ই ভি এমত আজি বন্দী হ'ব দ্বিতীয় পৰ্যায়ৰ পাঁচটা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ 61 গৰাকী প্ৰাৰ্থীৰ ভাগ্য
author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 10:10 AM IST

Updated : Apr 26, 2024, 11:44 AM IST

গুৱাহাটী, 26 এপ্ৰিল: ৰাজ্যত পাঁচটা লোকসভা সমষ্টিত আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰাই স্বতস্ফূৰ্তভাৱে ওলাই আহিছে ভোটাৰ ৰাইজ । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত মুঠ 61 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

list of total 61 candidates of 2nd phase of lok sabha election 2024 in assam
ই ভি এমত আজি বন্দী হ'ব দ্বিতীয় পৰ্যায়ৰ পাঁচটা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ 61 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ 35 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 61 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা 61 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি বন্দী হ'ব ই ভি এমত ।

list of total 61 candidates of 2nd phase of lok sabha election 2024 in assam
ই ভি এমত আজি বন্দী হ'ব দ্বিতীয় পৰ্যায়ৰ পাঁচটা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ 61 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

সমষ্টি অনুসৰি প্ৰাৰ্থীৰ তালিকা

দৰং-ওদালগুৰি লোকসভা সমষ্টি

দৰং-ওদালগুৰি লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 11 গৰাকী প্ৰাৰ্থীয়ে :

বিজেপিৰ দিলীপ শইকীয়া

কংগ্ৰেছৰ মাধৱ ৰাজবংশী

বি পি এফৰ দুৰ্গা দাস বড়ো

ভাৰতীয় জৱান কিষান পাৰ্টীৰ অৰুণ বৰা

ৰিপাব্লিকান পার্টি অব ইণ্ডিয়াৰ (আঠাৱালে) আবুল কাছেম

ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ আব্দুল হামেদ

এছ ইউ চি আইৰ (চি) জীতেন্দ্ৰ চলিহা

ভাৰতীয় গণ পৰিষদৰ বীৰেণ বসাক

ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ ললিত পেগু

গণ সুৰক্ষা পাৰ্টীৰ স্বৰ্ণ দেৱী

নিৰ্দলীয় ডেনিয়েল মাৰ্ডী

ডিফু লোকসভা সমষ্টি

ডিফু লোকসভা সমষ্টিত অৱতীৰ্ণ হৈছে 5 গৰাকী প্ৰাৰ্থী

কংগ্ৰেছৰ জয়ৰাম ইংলেং

বিজেপিৰ অমৰছিং তিছ'

এ এছ ডি চিৰ জৎছন বে'

গণ সুৰক্ষা পার্টীৰ জন বাৰ্নাড চাংমাই

নিৰ্দলীয় প্ৰাৰ্থী জন ইংতি কাথাৰ

কৰিমগঞ্জ লোকসভা সমষ্টি

কৰিমগঞ্জ লোকসভা সমষ্টিত অৱতীৰ্ণ হৈছে 24 গৰাকী প্ৰাৰ্থী :

বিজেপিৰ কৃপানাথ মাল্লা

কংগ্ৰেছৰ হাফিজ ৰচিদ আহমেদ চৌধুৰী

এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰী

ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ আহাদ উদ্দিন

বেংগলী নৱনিৰ্মাণ সেনাৰ দেৱাশীষ ঘোষ

ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অব ইণ্ডিয়াৰ (কমিউনিষ্ট) প্ৰাজ্জ্বল সুদীপ দেৱ

নিৰ্দলীয় আব্দুচ সুভন্ট তপাদাৰ

নির্দলীয় আব্দুল কালাম মজুমদাৰ

নিৰ্দলীয় আব্দুল গফৰ তালুকদাৰ

নিৰ্দলীয় আব্দুল বাচিত তপাদাৰ

নিৰ্দলীয় আব্দুল হামিদ

নিৰ্দলীয় আলিম উদ্দিন মজুমদাৰ

নিৰ্দলীয় গোপাল চন্দ্ৰ পাল

নিৰ্দলীয় জীৱেশ দেৱ

নিৰ্দলীয় দিলীপ কুমাৰ

নিৰ্দলীয় দেৱজ্যোতি নাথ

নিৰ্দলীয় বিনয় কৃষ্ণ ৰায়

নিৰ্দলীয় নজৰুল ইছলাম লস্কৰ

নিৰ্দলীয় মুজ্জাকিৰ হুছেইন লস্কৰ

নিৰ্দলীয় ৰকিবুল হুছেইন চৌধুৰী

নিৰ্দলীয় ৰচিদ আহমেদ চৌধুৰী

নিৰ্দলীয় ৰচিদ আহমেদ লস্কৰ

নিৰ্দলীয় চাফিকুৰ ৰহমান হাজাৰি

নিৰ্দলীয় চাহেল আহমেদ

শিলচৰ লোকসভা সমষ্টি

শিলচৰ লোকসভা সমষ্টিত 8 গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্রতিদ্বন্দ্বিতা

বিজেপিৰ পৰিমল শুক্লবৈদ্য

কংগ্ৰেছৰ সূৰ্যকান্ত সৰকাৰ

এছ ইউ চি আইৰ (চি) প্ৰভাস চন্দ্ৰ সৰকাৰ

বেংগলী নৱনিৰ্মাণ সেনাৰ ৱাৰিন্দ্ৰ কুমাৰ দাস

বহুজন মহাপাৰ্টীৰ ৰাজীৱ দাস

তৃণমূল কংগ্ৰেছৰ ৰাধেশ্যাম বিশ্বাস

নিৰ্দলীয় অনন্ত মোহন ৰায়

নিৰ্দলীয় ৰাজু দাস

নগাঁও লোকসভা সমষ্টি

নগাঁও লোকসভা সমষ্টিত অৱতীৰ্ণ হৈছে 13 গৰাকী প্ৰাৰ্থী

কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ

বিজেপিৰ সুৰেশ বৰা

এ আই ইউ ডি এফৰ আমিনুল ইছলাম

জয় প্ৰকাশ জনতা দলৰ অনুপম বৰুৱা

অসম জন মৰ্চাৰ ছাইফুল ইছলাম চৌধুৰী

ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ৰাবুল হ’ক

ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী

নিৰ্দলীয় আবু ইউচুফ মহম্মদ ৰহিম উদ্দিন

নিৰ্দলীয় আবু চামা

নিৰ্দলীয় চামচুল আলম

নিৰ্দলীয় নিখিল ডেকাৰাজা

নিৰ্দলীয় বিপদ ভঞ্জন সৰকাৰ

নিৰ্দলীয় শিখা শৰ্মা

list of total 61 candidates of 2nd phase of lok sabha election 2024 in assam
ই ভি এমত আজি বন্দী হ'ব দ্বিতীয় পৰ্যায়ৰ পাঁচটা সমষ্টিৰ নিৰ্বাচনত অৱতীৰ্ণ 61 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

লগতে পঢ়ক: আজি কাৰ পক্ষে ভোটদান কৰিব নগাঁও লোকসভা সমষ্টিৰ ভোটাৰে - Lok sabha Election 2024

লগতে পঢ়ক: গুৱাহাটী সমষ্টি : অষ্টম উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰীলৈ আঠগৰাকী প্ৰাৰ্থীৰ মাজত প্ৰতিদ্বন্দ্বিতা - Lok Sabha Election 2024

Last Updated : Apr 26, 2024, 11:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.