ETV Bharat / photos

হেপাঁহৰ ৰঙালীক আদৰিবলৈ ব্যস্ত গুৱাহাটী মহানগৰী - Bohag bihu 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 1:48 PM IST

মহানগৰীত বিহু কৰ্মশালাত মুগাৰ সাজেৰে নাচনী
Rangali Bihu 2024 : আজি ৰঙালীৰ উৰুকা ৷ হেপাঁহৰ ৰঙালীক আদৰিবলৈ উখল মাখল পৰিৱেশ গুৱাহাটীত ৷ মহানগৰীৰ বিহু কৰ্মশালাত মুগাৰ সাজেৰে নাচনীসকলে বিহু নৃত্যৰ প্ৰশিক্ষণ লোৱাৰ লগতে গুৱাহাটীৰ বিভিন্ন বজাৰত গ্ৰাহকৰ ভিৰো পৰিলক্ষিত হৈছে ৷ আজি উৰুকাৰ দিনটোৰ ব্যস্ততাপূৰ্ণ মহানগৰীৰ কেইখনমান আলোকচিত্ৰ আগবঢ়োৱা হৈছে ইটিভি ভাৰতৰ দৰ্শকৰ বাবে-
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.