বিবাহৰ পিচত এইসকল তাৰকাই উদযাপন কৰিছে তেওঁলোকৰ প্ৰথম হোলী; চাওক ফটো - Holi 2024 - HOLI 2024

২৪ আৰু ২৫ মাৰ্চত সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ হোলী ৷ হোলীৰ এই উৎসৱৰ সৈতেও বলীউডৰ গভীৰ সম্পৰ্ক আছে । এইবাৰ ছবি জগতৰ এনে বহু তাৰকা আছে, যিয়ে নিজৰ সংগীৰ সৈতে প্ৰথমবাৰৰ বাবে হোলী খেলিব । গতিকে এই তালিকাত কোনবোৰ তাৰকা দম্পতী অন্তৰ্ভুক্ত হৈছে চাও আহক-

Published : Mar 25, 2024, 12:44 PM IST