ETV Bharat / lifestyle

দীপাৱলীত পিন্ধক এই শাৰী: সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আপুনি

এইবাৰ দীপাৱলীত আপুনিও নিজকে সজাই তোলক বলীউডৰ এইসকল মোহময়ী অভিনেত্ৰীৰ পৰিধান কৰা শাৰীৰ লুকেৰে-

Beautiful Diwali Saree Ideas Inspired by Bollywood Actresses
দীপাৱলীত পিন্ধক এই শাৰী: সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আপুনি (INSTAGRAM)
author img

By ETV Bharat Lifestyle Team

Published : Oct 30, 2024, 1:17 PM IST

দীপাৱলীত পৰিধান কৰিবলৈ এথেনিকত বহু বিকল্প আছে কিন্তু উৎসৱৰ বতৰত শাৰীয়ে এক অনন্য সৌন্দৰ্য প্ৰদান কৰে ৷ শাৰীয়ে এগৰাকী মহিলাৰ সৌন্দৰ্য আৰু দুগুণ বৃদ্ধি কৰে ৷ সেয়ে এইবাৰ দীপাৱলীত আপুনিও নিজকে সজাই তোলক বলীউডৰ এইসকল মোহময়ী অভিনেত্ৰীৰ শাৰীৰ লুকেৰে-

বলীউডৰ ডিভা ৰেখাই প্ৰায় প্ৰতিটো অনুষ্ঠানতে নিজৰ কাঞ্জীৱৰাম শাৰী প্ৰদৰ্শন কৰা দেখা যায় ৷ ৰঙা সেন্দুৰ, গহনা আৰু বান হেয়াৰ ষ্টাইলত গজৰাৰ লগত তেওঁৰ এই লুকে অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ এইবাৰ দিপাৱলীত আপোনাৰ বাবে এয়া এক উত্তম লুক হ’ব পাৰে ৷

Beautiful Diwali Saree Ideas Inspired by Bollywood Actresses
ৰেখা (INSTAGRAM)

নিজৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত অনুষ্কা শৰ্মাই সব্য শাচীৰ ডিজাইন কৰা ৰঙা আৰু সোণালী ৰঙৰ কাঞ্জীৱৰাম ৰেচমৰ শাৰী পৰিধান কৰিছিল ৷ দুচকু শ্মকী, গধুৰ নেকেলেচ আৰু কাণফুলিৰে তেওঁ নিজৰ এই লুকটো সম্পূৰ্ণ কৰে ৷

অনুষ্কা শৰ্মা (INSTAGRAM)

বলীউডৰ ‘দেশী গাৰ্লেও’ চেলিব্ৰিটি ৰিচেপচনত কপাৰ সোণালী ৰঙৰ সুন্দৰ কাঞ্জীৱৰাম শাৰী আৰু সেউজীয়া মিনিমালিষ্ট ব্লাউজ পৰিধান কৰিছিল ৷ ৰঙা লিপষ্টিক, খোলা চুলি আৰু মন্দিৰৰ পেণ্ডেন্টৰ সৈতে তেওঁ এই লুক সম্পূৰ্ণ কৰিছিল ৷

Beautiful Diwali Saree Ideas Inspired by Bollywood Actresses
দীপাৱলীত পিন্ধক এই শাৰী: সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব আপুনি (INSTAGRAM)

বলীউডৰ স্ত্ৰী শ্ৰদ্ধা কাপুৰেও প্ৰায়েই নিজৰ লুকেৰে সকলোকে মোহিত কৰে ৷ শেহতীয়াকৈ ছবিগৃহত ভাল প্ৰদৰ্শণ কৰা স্ত্ৰী 2ৰ প্ৰ’মশ্বনৰ বাবে তেওঁ আজৰাখ শাৰী পৰিধান কৰে ৷ ৱৰ্ক কৰা জয়পুৰী ব্লাউজ, সোণালী নেকপিচ আৰু খোলা চুলিৰ সৈতে তেওঁ এই লুক সম্পূৰ্ণ কৰে ৷

শ্ৰদ্ধা কাপুৰ (INSTAGRAM)

বিদ্যা বালানে কাঞ্জীৱৰাম ৰেচম শাৰীৰ প্ৰতি ইমানেই আকৰ্ষিত যে তেওঁক বেছিভাগেই এই ধৰণৰ শাৰীত দেখা যায় ৷ কান চলচ্চিত্ৰ মহোৎসৱত ৰেড কাৰ্পেটত কপাৰ শ্বেডৰ কাঞ্জীৱৰাম শাৰী পিন্ধি অভিনেত্ৰীগৰাকীয়ে সকলোৰে চকু কপালত তুলিছিল ৷

বিদ্যা বালান (INSTAGRAM)
লগতে পঢ়ক: কি হয় Anxiety Disorder ? যাৰ সৈতে দীৰ্ঘসময়লৈকে যুঁজিছিল অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.