ETV Bharat / health

শৰীৰৰ পৰা বেয়া কলেষ্টেৰল দূৰ কৰিবলৈ খাবলৈ আৰম্ভ কৰক এইবিধ ফল - কলেষ্টেৰল

Pomegranate Health Benefits: কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ বজাৰত বহু ঔষধ উপলব্ধ যদিও কিছুমান ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তেও এই ৰোগক নিয়ন্ত্ৰণ কৰিব পাৰি ৷ আজি এই বিষয়ে জানো আহক-

If you want to stay healthy, start eating Pomegranate today
শৰীৰৰ পৰা বেয়া কলেষ্টেৰল দূৰ কৰিবলৈ খাবলৈ আৰম্ভ কৰক এইবিধ ফল
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 6:33 PM IST

কলেষ্টেৰল হৈছে এক দীৰ্ঘম্যাদী ৰোগ, যাক নিয়ন্ত্ৰণত ৰখাটো খুবেই দৰকাৰী ৷ যদি শৰীৰত কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয়, তেন্তে বহু প্ৰকাৰৰ ৰোগ হ'ব পাৰে ৷ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ বজাৰত বহু ঔষধ উপলব্ধ যদিও কিছুমান ঘৰুৱা প্ৰতিকাৰৰ জৰিয়তেও এই ৰোগক নিয়ন্ত্ৰণ কৰিব পাৰি ৷ আজি এই বিষয়ে জানো আহক-

খাওঁক এইবিধ ফল

উচ্চ কলেষ্টেৰল ৰোগীয়ে যিকোনো ফল বা ৰস খাব পাৰে ঠিকেই, কিন্তু ডালিম হৈছে শৰীৰৰ ধমনীত বেয়া কলেষ্টেৰল জমা হোৱা প্ৰতিহত কৰিবলৈ আটাইতকৈ কাৰ্যকৰী ৷ ডালিম খোৱাটো এই ৰোগৰ বাবে অতি লাভজনক বুলি গণ্য কৰা হয় ৷ সেয়েহে, উচ্চ কলেষ্টেৰল ৰোগীসকলে তেওঁলোকৰ শৰীৰৰ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিদিনে ডালিমৰ ৰস খাব লাগে ৷ ডালিম বা ইয়াৰ ৰস খালে শৰীৰত উচ্চ কলেষ্টেৰল জমা নহয় ৷ ডালিমৰ ৰসত বিশেষ প্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি উচ্চ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে ৷ ডালিমৰ ৰসত থকা এণ্টিঅক্সিডেণ্টবোৰ অন্যান্য ফলৰ তুলনাত যথেষ্ট বেছি, যিয়ে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে ৷

কেতিয়া খাব ?

পুৱা খালী পেটত ইয়াক পান কৰাটোও লাভজনক ৷ অন্যথা ইয়াক পুৱাৰ আহাৰৰ সৈতে বা পুৱাৰ আহাৰ খোৱাৰ এঘণ্টা পিছত খাব লাগে ৷ উল্লেখ্য যে, ডালিমৰ ৰস খোৱাটোৱে কেৱল উচ্চ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাৰ লগতে বহুতো লাভালাভ প্ৰদান কৰে ৷ ডালিমে তেজ বৃদ্ধি, হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে ৷ তদুপৰি, ডালিমৰ ৰস খোৱাৰ ফলত মুখলৈ উজ্জ্বলতা আনে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: কিয় পালন কৰা হয় বিৰল ৰোগ দিৱস ? ইয়াৰ ইতিহাস তথা গুৰুত্ব সম্পৰ্কে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.