ETV Bharat / entertainment

মনোৰঞ্জনৰ তালিকা দীঘল হ’বলৈ গৈ আছে, জুনত আহি আছে কেইবাখনো ছবি - June 2024 upcoming movies

June 2024 upcoming movies: ব্লেকআউটৰ পৰা কলকি ২৮৯৮ এডিলৈকে এই মাহত ছবিগৃহত মুক্তি পাব বহুকেইখন বিশাল বাজেটৰ চিনেমা । জুন মাহত আহিবলগীয়া চিনেমাৰ সম্পূৰ্ণ তালিকা চাও আহক...

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:00 PM IST

June 2024 upcoming movies: Blackout to Kalki 2898 AD, check top releases
মনোৰঞ্জনৰ তালিকা হ’বলৈ গৈ আছে দীঘল; কাৰণ জুনত বেক টু বেক আহি আছে এইকেইখন ছবি (ETV BHARAT)

চিটাৰা ডেস্ক, 5 জুন: ২০২৪ চনৰ মে’ মাহত কেইবাখনো চিনেমাই মুক্তি লাভ কৰে যাৰ ভিতৰত কেইখনমান হয়তো জনপ্ৰিয় হৈছে আৰু কিছুমান ফ্ল’প । জুন মাহত ভৰি দিয়াৰ লগে লগে এই মাহতো মুক্তি পাবলৈ গৈ আছে বহুতো ৰোমান্সকৰ ছবি । কল্কি ২৮৯৮ এডি, চান্দু চেম্পিয়ন, মহাৰাজ, আৰু বহুতো চিনেমা এইবাৰ জুন মাহত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে । যাৰ বাবে অনুৰাগীসকলে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷

যদি আপুনিও এজন চিনেমাপ্ৰেমী তেন্তে সঁচাকৈয়ে আৰু কিছুমান আচৰিত মনোৰঞ্জনেৰে ভৰপূৰ ছবি চাবলৈ বিচাৰিছে, তেন্তে আমি আজি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকৰ বাবে লৈ আহিছো জুন মাহত মুক্তি পাবলগীয়া কেইখনমান ছবিৰ তালিকা-

জুন মাহত আহিবলগীয়া কেইখনমান ছবি

  • ব্লেকআউট
    June 2024 upcoming movies: Blackout to Kalki 2898 AD, check top releases
    ব্লেকআউট (INSTAGRAM)

ব্লেকআউট হৈছে এখন ক্ৰাইম থ্ৰিলাৰ চিনেমা যি এজন মানুহৰ জীৱনটো ওলোটা কৰি পেলায়, এদিন ৰাতি তেওঁ দুৰ্ঘটনাত পতিত হয় আৰু নগদ ধন আৰু সোণেৰে ভৰা এখন ট্ৰাকৰ সন্মুখীন হয় আৰু এতিয়া তেওঁ সকলো সমস্যা সহ্য কৰিবলগীয়া হয় কাৰণ ট্ৰাকখন মাফিয়া গেঙৰ ৷ মনোৰঞ্জন আৰু কমেডীৰে ভৰপূৰ এই ছবিখন অতি

নিৰ্দেশক: দেৱাং শশীন ভৱসৰ

অভিনয় কৰিছে: বিক্ৰান্ত মেছী, মৌনি ৰায়, সুনীল গ্ৰ’ভাৰ, জিছু সেনগুপ্ত, কৰণ সুধাকৰ সোণোৱানে, সৌৰভ দিলীপ ঘাড়ে, ৰুহনী শৰ্মা, অনন্তবিজয় যোশী, প্ৰসাদ ওক, ছয়া ৰঘুনাথ কদম, ছুৰাজ পপছ, কেলি দৰ্জী

মুক্তিৰ দিন: ৭ জুন ২০২৪

  • মুঞ্জ্যা

    মুঞ্জ্যা (INSTAGRAM)

আগন্তুক হিন্দী ভাষাৰ অতিপ্ৰাকৃতিক কমেডী হৰৰ ছবি মুঞ্জ্যা বোলছবি এই সপ্তাহত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে, এই ছবিখন হাস্যৰসিক আৰু ৰোমান্সৰ সংমিশ্ৰণেৰে নিৰ্মাণ কৰা হৈছে । চিনেমাখনত এটি ল’ৰাই ভুলবশতঃ এৰি দিয়া এটা আত্মাৰ কাহিনী বৰ্ণনা কৰা হৈছে । আত্মাই অশান্তিৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে আৰু স্থানীয় মহিলাসকলে সমাজখনক সেই আত্মাক য’ৰ পৰা আহিছিল তালৈ ঘূৰাই পঠিয়াবলৈ বাধ্য কৰে ।

নিৰ্দেশক: আদিত্য সৰ্পোতদাৰ

নিৰ্দেশক: আদিত্য সৰ্পোতদাৰ

অভিনয় কৰিছে: শৰ্বাৰী ৱাঘ, অভয় ভাৰ্মা, মোনা সিং, সুহাস যোশী, সত্যৰাজ, ৰীমা চৌধুৰী, অনয় কামত, ৰিচাৰ্ড জন লোভাট

মুক্তিৰ দিন: ৭ জুন ২০২৪

  • চান্দু চেম্পিয়ন

    চান্দু চেম্পিয়ন (INSTAGRAM)

চান্দু চেম্পিয়ন হ’ল আগন্তুক হিন্দী ভাষাৰ জীৱনীমূলক ক্ৰীড়ামূলক ছবি য’ত এজন মানুহে কেতিয়াও হাৰ নমনা মনোভাৱেৰে ইটোৰ পিচত সিটো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । তেওঁৰ অদম্য নিষ্ঠাৰ বাবেই তেওঁ অলিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ।

নিৰ্দেশক: কবীৰ খান

অভিনয় কৰিছে:কাৰ্তিক আৰিয়ান, কেটৰিনা কাইফ, ভূৱন আৰোৰা, পালক লালৱানী, এডনিছ কাপছালিছ, ডেভিদ ক্ৰীছমেন, ৰিচি এডৱাৰ্ডছ

মুক্তিৰ দিন: ১৪ জুন ২০২৪

  • লাভ কি এৰেঞ্জ মেৰেজ

    লাভ কি এৰেঞ্জ মেৰেজ (INSTAGRAM)

লাভ কি এৰেঞ্জ মেৰেজ হিন্দী ভাষাৰ কমেডী-ড্ৰামা চিনেমা, য’ত মুখ্য অভিনেতা লুভে ইছিকাৰ হাতখন বিয়াৰ বাবে বিচাৰিবলৈ সাজু হয় । কিন্তু চিনেমাখনে বিশৃংখল ৰূপ লয় যেতিয়া তেওঁৰ দেউতাক ইছিকাৰ মাকৰ প্ৰেমত পৰে । কাহিনীটো হাঁহিৰ সম্পূৰ্ণ ৰোলাৰ ক’ষ্টাৰ ৰাইড যেন লাগে আৰু কাৰ প্ৰেম কাহিনীয়ে জয়ী হয় সেয়া জানিবলৈ আকৰ্ষণীয় ।

নিৰ্দেশক: ইশ্ৰত আৰ খান

অভিনয় কৰিছে: ছানী সিং, সুপ্ৰিয়া পাঠক, অবনীত কৌৰ, অনু কাপুৰ, সুধীৰ পাণ্ডে, দীপক ৰায়, পূৰ্ণিমা শৰ্মা, পৰিতোষ ত্ৰিপাঠী, গীতিকা মেহাণ্ড্ৰু, ৰাজপাল যাদৱ

মুক্তিৰ দিন: ১৪ জুন ২০২৪

  • ইষ্ক ৱিষ্ক ৰিবাউণ্ড

    ইছক ৱিষ্ক ৰিবাউণ্ড (INSTAGRAM)

যুৱক-যুৱতীসকলে সতেজ আৰু আধুনিক কাহিনীৰ সৈতে সংযোগ স্থাপন কৰিব পৰাৰ বাবে ইষ্ক ৱিষ্ক যথেষ্ট হিট হৈছিল । ইষ্ক ৱিষ্ক ৰিবাউণ্ডৰ জৰিয়তে নতুন প্ৰজন্মৰ প্ৰেম আৰু বন্ধুত্বৰ ওপৰত গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে । আশা কৰা হৈছে যে এই চিনেমাখনে আজিকালি যুৱক-যুৱতীসকলে কি অনুভৱ কৰে তাৰ এক সতেজ দৃষ্টিভংগী আগবঢ়াব । বন্ধুত্ব, প্ৰেম আৰু self-discoveryৰ সৈতে জড়িত চাৰিগৰাকী লোকৰ কাহিনী ।

নিৰ্দেশক: নিপুন ধৰ্মাধিকাৰী

অভিনয় কৰিছে: নৈলা গ্ৰেৱাল, ৰোহিত ছাৰাফ, পশ্মিনা ৰোশন, আশীষ সিং, জনম ৰাজ, জিব্ৰাণ খান, অভিষেক কুমাৰ

মুক্তিৰ দিন: ২১ জুন ২০২৪

  • কল্কি ২৮৯৮ এডি

    কল্কি ২৮৯৮ এডি (INSTAGRAM)

কল্কি হৈছে আগন্তুক ভাৰতীয় মহাকাব্যিক কল্পবিজ্ঞান চিনেমা য’ত আধুনিক যুগৰ এটি অৱতাৰ, হিন্দু দেৱতাৰ কাহিনীৰ সৈতে চিত্ৰিত কৰা হৈছে, যিজনে পৃথিৱীলৈ অৱতৰণ কৰি বিশ্বক সকলো নেতিবাচক শক্তিৰ পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হৈছে ।

নিৰ্দেশক: নাগ অশ্বিন

অভিনয় কৰিছে: প্ৰভাস, অমিতাভ বচ্চন, দীপিকা পাডুকন, দিশ পাটানি

মুক্তিৰ দিন: ২৭ জুন ২০২৪

লগতে পঢ়ক: বিশ্ব পৰিৱেশ দিৱসত বিশ্ববাসীলৈ বিশেষ বাৰ্তা ডাঙৰ পৰ্দাৰ তাৰকাৰ - World Environment Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.