ETV Bharat / business

কিমান মহঙা হ’ল পেট্ৰল-ডিজেলৰ মূল্য, তৎক্ষণাত আপোনাৰ চহৰৰ ৰেট পৰীক্ষা কৰক

Petrol Diesel prices: ১৯ অক্টোবৰত তেল কোম্পানীয়ে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ হাৰ নিৰ্ধাৰণ কৰিছে । কোন চহৰত ইয়াৰ কিমান দাম জানেনে ?

author img

By ETV Bharat Business Team

Published : 2 hours ago

Petrol Diesel prices
মহঙা হ’ল পেট্ৰল-ডিজেলৰ মূল্য (IANS)

নতুন দিল্লী : প্ৰতিদিনে পুৱা ৬ বজাত তেল বিপণন কোম্পানী (Oil marketing company চমুকৈ OMC)সমূহে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ঘোষণা কৰে । বিশ্বৰ খাৰুৱা তেলৰ মূল্য আৰু বৈদেশিক মুদ্ৰাৰ হাৰৰ উঠা-নমাৰ প্ৰতি সঁহাৰি জনাই OMC-এ মূল্যৰ সালসলনি কৰে । ইয়াৰ ফলত গ্ৰাহকসকলে প্ৰতিদিনে শেহতীয়া ইন্ধনৰ হাৰৰ বিষয়ে অৱগত হোৱাত সহায় হয় ।

পিছে আপুনি বাৰু জানেনে আপোনাৰ চহৰত আজিৰ পেট্ৰ'ল ডিজেলৰ দাম কিমান ? যদিহে ঘৰৰ পৰা ফুৰিবলৈ বা অন্য কামত ঘৰৰ পৰা বাহিৰলৈ যাব লৈছে, তেন্তে জানি লওক আজিৰ তাৰিখত কিমান মহঙা হৈছে পেট্ৰ'ল ডিজেলৰ মূল্য ৷

তলৰ তালিকাত উল্লেখ কৰা হ’ল ইয়াৰ দাম -

চহৰপেট্ৰ’লৰ দামডিজেলৰ দাম
গুৱাহাটী98.1589.38
দিল্লী94.7287.62
মুম্বাই103.4489.97
চেন্নাই100.8592.44
কলকাতা103.9490.76
নয়ডা94.6687.76
লক্ষ্নৌ94.6587.76
বেংগালুৰু102.8688.94
হায়দৰাবাদ107.4195.65
জয়পুৰ104.8890.36
তিৰুৱনন্তপুৰম107.6296.43
ভুৱেনেশ্বৰ101.0692.91

পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত প্ৰভাৱ পেলোৱা কাৰকসমহ কি জানেনে ?

  1. খাৰুৱা তেলৰ মূল্য : পেট্ৰ’ল আৰু ডিজেল উৎপাদনৰ প্ৰাথমিক কেঁচামাল হ’ল খাৰুৱা তেল । ইয়াৰ মূল্যই এই ইন্ধনসমূহৰ চূড়ান্ত খৰচত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় ।
  2. ভাৰতীয় টকা আৰু আমেৰিকান ডলাৰৰ বিনিময় হাৰ : খাৰুৱা তেলৰ প্ৰধান আমদানিকাৰক হিচাপে ভাৰতৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যতো ভাৰতীয় টকা আৰু আমেৰিকান ডলাৰৰ বিনিময় হাৰৰ প্ৰভাৱ পৰে ।
  3. কৰ : পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰে বিভিন্ন কৰ আৰোপ কৰে । এই কৰসমূহ ৰাজ্যভেদে ভিন্ন হ’ব পাৰে ৷ যাৰ ফলত পেট্ৰ’ল আৰু ডিজেলৰ চূড়ান্ত মূল্যত যথেষ্ট প্ৰভাৱ পৰে ।
  4. পেট্ৰ’ল আৰু ডিজেলৰ চাহিদা : পেট্ৰ’ল আৰু ডিজেলৰ চাহিদাইও ইয়াৰ মূল্যত প্ৰভাৱ পেলাব পাৰে । যদি এই ইন্ধনসমূহৰ চাহিদা বৃদ্ধি পায়, তেন্তে ইয়াৰ মূল্য বৃদ্ধি হ’ব পাৰে ।
লগতে পঢ়ক : পুনৰ দাম বাঢ়িল পেট্ৰ’লৰ: আপোনাৰ অঞ্চলত কিমান হ’ল প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য...জানি লওক সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.