ETV Bharat / bharat

ক্ৰোধ-হতাশা ত্যাগ কৰক ধনু ৰাশিৰ লোকে...বৃশ্চিক ৰাশিৰ পদোন্নতি লাভ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 5th August

author img

By ETV Bharat Features Team

Published : Aug 5, 2024, 12:55 AM IST

Daily Horoscope : আজি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আন ৰাশিবোৰত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 5th August 2024
ক্ৰোধ-হতাশা ত্যাগ কৰক ধনু ৰাশিৰ লোকে...বৃশ্চিক ৰাশিৰ পদোন্নতি লাভ...কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? (Etv Bharat)

মেষ ৰাশি: ক্ৰোধক নিয়ন্ত্ৰণ কৰক ৷ বৌদ্ধিক আলোচনা আৰু তৰ্ক যুদ্ধত অংশগ্ৰহণ কৰাৰ পৰাও এৰাই চলা উচিত ৷ ব্যয়ক নিয়ন্ত্ৰণ কৰক ৷ যদি সম্ভৱ হয়, অন্য কোনো দিনৰ বাবে আপোনাৰ যাত্ৰাক স্থগিত ৰাখক, যিহেতু এই দিনটোৱে বাঞ্চিত ফল প্ৰদান নকৰিবও পাৰে ৷

বৃষ ৰাশি: দিনটোৰ আৰম্ভণি খুব ভালদৰে হ’ব ৷ কৰ্মস্থলীত প্ৰদৰ্শন কৰা প্ৰতিভাই আপোনাক এক অজেয় প্ৰতিযোগীৰূপে স্থিত কৰে ৷ সামাজিক দিশত খ্যাতি লাভ ৷ আজি নিৰাশা আৰু উদ্বেগ সৃষ্টি হ’ব পাৰে ৷ লগতে, আপোনাৰ সন্মান নষ্ট কৰিব পৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক ৷

মিথুন ৰাশি: দিনটোৰ প্ৰথম ভাগত নিজকে শান্ত আৰু সংযমিত ৰূপে ৰাখক ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰখা প্ৰয়োজন ৷ গ্ৰহ-নক্ষত্ৰই শিক্ষাৰ্থীৰ বাবে দিনটো কষ্টদায়ক কৰি তুলিব পাৰে ৷ দুপৰীয়াৰ পিছত, সকলোবোৰ ভালৰ দিশত গতি কৰিব ৷ দিনটোৰ পিছত ভাগত আৰ্থিক লাভো হ’ব পাৰে ৷ লেডী লাকো আপোনাৰ লগত থাকিব ৷

কৰ্কট ৰাশি: সম্ভাৱনাসমূহ উজ্জ্বল হৈ আছে মাত্ৰ আপুনি আপোনাৰ ক্ৰোধক নিয়ন্ত্ৰণত ৰাখিব লাগিব ৷ মানসিক আৰু শাৰীৰিক অৱস্থা অতি উন্নত হ’ব; আপোনাৰ আগ্ৰাসনক আপোনাৰ মন, শৰীৰ আৰু আত্মাৰ মাজত থকা সামঞ্জস্যক ভংগ কৰিবলৈ নিদিব, বিশেষভাৱে দুপৰীয়াৰ পিছত, যেতিয়া নেতিবাচকতাই আপোনাৰ সিদ্ধান্তসমূহ পৰিৱৰ্তন কৰাব পাৰে ৷

সিংহ ৰাশি: গণেশে কৈছে, আজি আপোনাৰ আগ্ৰাসন আৰু মুখৰ বাক্যক নিয়ন্ত্ৰণত ৰাখি এনে কৰিব পাৰে ৷ বিশেষভাৱে আপোনাৰ প্ৰিয়জনৰ আগত ৷ আজি আপুনি আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়ক, যিহেতু যত্ন আৰু মনোযোগৰ প্ৰয়োজন হৈছে ৷ যদি আপুনি যুক্তিসংগত আৰু শান্তভাৱে আগবাঢ়ে, তেন্তে দিনটোৰ পিছৰ ভাগত কথাবোৰ ভাললৈ আহিব ৷ আপুনি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজৰ বান্ধোন অধিক শক্তিশালী হ’ব ৷

কন্যা ৰাশি: লাভৰ প্ৰাপ্তি ৷ পেচাগত, ব্যক্তিগত বা সামাজিক, যি ক্ষেত্ৰতেই নহওক কিয়, দিনটোৰ প্ৰথমভাগত সুখ আৰু সন্তুষ্টি লাভ কৰাটো গ্ৰহ-নক্ষত্ৰই নিশ্চিত কৰিছে ৷ দিনটো ভালদৰেই আৰম্ভ হ’ব, বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগত এটা প্ৰমোদ ভ্ৰমণ বা ফুৰিবলৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে ৷ পৰিয়ালৰ কোনো লোকৰ সৈতে লেনদেন কৰোঁতে সাৱধান হওক ৷ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে; যত্ন ৰাখিব ৷

তুলা ৰাশি: এটা অতি শুভদিন ৷ পেচাগত দিশত লাভ হ’ব ৷ কাৰ্যালয়ত লাভৰ ফল হিচাবে পদোন্নতি বা বেতন বৃদ্ধি হ’ব পাৰে ৷ ঘৰুৱা দিশত দিনটো সকলো ঠিকে থাকিব ৷ পৰিয়ালৰ সদস্যসকলৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বিবাহৰ যোগ্য তুলাৰাশিৰ ব্যক্তিসকলে পচন্দৰ সংগী লাভ ৷ স্বাস্থ্যৰ দিশত, আপুনি স্বাস্থ্যবান আৰু বলিষ্ঠ হৈ থাকিব ৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ লোকৰ বাবে দিনটো গ্ৰহ-নক্ষত্ৰৰ সাল-সলনিৰ ফলত সকলো শুভ হ’বলৈ গৈ আছে ৷ সকলো দিশতেই আপুনি ভালদৰে আগবাঢ়ি যাব পাৰিব ৷ সাম্ভাব্য বেতন বৃদ্ধি, পদোন্নতি, বিদেশ ভ্ৰমণ, ভালস্বাস্থ্য, আমোদ-প্ৰমোদ আৰু সৌভাগ্য লাভ হ’ব পাৰে ৷ সেয়ে, বন্ধুবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰক, নতুন ধাৰণাত কাম আৰম্ভ কৰক আৰু কাৰ্যালয়ত আপোনাৰ উত্‍পাদনশীলতা আৰু উত্‍সাহেৰে আপোনাৰ জ্যেষ্ঠসকলক প্ৰভাম্বিত কৰক ৷

ধনু ৰাশি: নিৰাশা, ক্ৰোধ, হতাশা বা এলাহৰ নকৰিব; আশাবাদী হওক আৰু আগবাঢ়ি যাওক ৷ যুক্তিতৰ্ক আৰু কাজিয়া কৰা লোকৰ পৰা আঁতৰি থকা উচিত, যিহেতু তেওঁলোকে আপোনাৰ দিনটো নষ্ট কৰিব পাৰে ৷ মধ্যাহ্নৰ পিছত, ঘৰুৱা পৰিবেশ উন্নত হ’বলৈ আৰম্ভ কৰিব ৷ দিনটোৰ নেতিবাচকতাৰ পৰা বিৰতি পাবৰ বাবে প্ৰাৰ্থনা, ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক ৷

মকৰ ৰাশি: দিনটো এটা মিশ্ৰিত দিন হ’ব ৷ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ ধ্যান বা যোগাসন কৰাটোৱে আপোনাক নিশ্চিতভাৱে শান্তি প্ৰদান কৰিব ৷ নেতিবাচক চিন্তাই উদিগ্ন কৰি তুলিব পাৰে ৷

কুম্ভ ৰাশি: দিনটোৰ স্মৃতি আপোনাৰ মনত চিৰস্থায়ীহৈ থাকিব ৷ আৰ্থিক আৰু পেচাগত লাভৰ বাবে দিনটো অতি বিস্ময়কৰ হ’ব ৷ বেতন বৃদ্ধি আৰু পদোন্নতিৰ আশা কৰিব পাৰে ৷ স্বাস্থ্য সৰ্বশ্ৰেষ্ঠ ৰূপত থাকিব, যি আপোনাৰ মনৰ স্থিতিক শক্তিশালী কৰি ৰাখিব ৷ এই বাবে বিনোদনত আপোনাৰ অংশগ্ৰহণ বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ভ্ৰমণ কৰিবলৈ যোৱাৰ আশা কৰিব পাৰে ৷

মীন ৰাশি: দিনটো আপোনাৰ বাবে মধ্যমীয়া হ’ব ৷ দিনটোৰ প্ৰথমভাগ কঠিন আৰু ফলপ্ৰসূ নহ’বও পাৰে, য’ত দ্বিতীয় ভাগটোয়ে শান্তি আৰু সুখ কঢ়িয়াই আনিব ৷ পুৱাৰ ভাগত আপুনি মানসিক অস্থিৰতা, উদ্বেগ আৰু ক্লান্তি অনুভৱ কৰাৰ সম্ভাৱনা আছে; এই অৱস্থাৰ পৰা ওলাই আহিবৰ বাবে আপুনি ধ্যান কৰা বা যোগাসন কৰিবলগা হ’ব পাৰে ৷ আকস্মিক ব্যয় হ’ব পাৰে ৷ পুৱাৰ ভাগত স্বাস্থ্যৰ উন্নতি হ’ব ৷ ঘৰতো, পৰিয়ালৰ লগত কিছুমান অতি সুন্দৰ সময় কটোৱাৰ লগতে সকলোবোৰ সহজভাবেই পাৰ হ’ব ৷ পেচাগত দিশত, আপোনাৰ প্ৰদৰ্শনেৰে আপুনি সকলোকে প্ৰভাম্বিত কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: এই সপ্তাহত প্ৰেম-ভাগ্য দুয়োটাই থাকিব কেবাটাও ৰাশিৰ পক্ষত...প্ৰশংসাৰ পাত্ৰ হ’ব জাতক-জাতিকাসকল...কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.