ETV Bharat / bharat

কন্যা ৰাশিয়ে লওক স্বাস্থ্যৰ বিশেষ যত্ন...তুলা ৰাশিয়ে মতবিৰোধ কৰক ত্যাগ... কি কয় আপোনাৰ দিনটোৰ ৰাশিফলে ? - Daily Horoscope For 4th July

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 12:03 AM IST

Daily Horoscope: চন্দ্ৰমাই বৃষ ৰাশিত প্ৰৱেশ কৰাৰ ফলত বহুকেইটা ৰাশিৰ জীৱনলৈ আহিব বিভিন্ন পৰিবৰ্তন ৷ সকলো ৰাশিতে পৰিব বিশেষ প্ৰভাৱ, ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 4th July 2024
আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

মেষ ৰাশি: দিনৰ আৰম্ভণিতে অলপ খেলি-মেলিত পৰিব পাৰে ৷ আজি আপুনি নিজৰ জেদী আচৰণ ত্যাগ কৰা উচিত ৷ আনৰ লগত সম্প্ৰীতি বজাই ৰাখক ৷ আপোনাৰ মুখৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু আনৰ আগত মধুৰ বাক্যৰ প্ৰয়োগ কৰক, ইয়াৰ দ্বাৰা যিকোনো কাম সহজে সম্পূৰ্ণ কৰাত সহায়ক হ'ব ৷ আজি কোনো নতুন কাম আৰম্ভ নকৰিব ৷ দুপৰীয়াৰ পিচত আপোনাৰ উৎসাহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ মনটো সুখী হৈ থাকিব ৷ পৰিয়ালৰ সদস্যৰ লগত বিবাদ হ’ব পাৰে ৷ ভ্ৰমণৰ সম্ভাৱনা ৷ আপুনি হয়তো কোনো ক্ষেত্ৰত বিনিয়োগৰ প্ৰতি আগ্ৰহী হ’ব পাৰে ৷

বৃষ ৰাশি: আপোনাৰ দিনটো আজি মধ্যমীয়া ফলদায়ক হ’ব ৷ দিনটোৰ আৰম্ভণিতে আপুনি সতেজ আৰু সুখী অনুভৱ কৰিব ৷ আপোনাৰ সৃষ্টিশীলতাৰে আপুনি কঠিন কামবোৰো সহজেই সম্পূৰ্ণ কৰিব পাৰিব ৷ কামৰ প্ৰতি থকা উৎসাহ বৃদ্ধি হ’ব ৷ দুপৰীয়াৰ পিচত কোনো বিষয়ক লৈ বিভ্ৰান্তিৰ সৃষ্টি হ’ব ৷ কোনো গুৰুত্বপূৰ্ণ কাম আজি কৰাৰ পৰা বিৰত থাকক ৷

মিথুন ৰাশি: আজি আপোনাৰ বাবে মিশ্ৰিত ফলাফলৰ দিন ৷ আজি আপোনাক চিন্তাই আগুৰি থাকিব আৰু আপোনাৰ শাৰীৰিক স্বাস্থ্যও ভালে নাথাকিব পাৰে ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো স্বাভাৱিক ৷ পৰিয়ালৰ কাৰোবাৰ লগত মত বিৰোধ হ’ব পাৰে ৷ কাম সম্পূৰ্ণ কৰাৰ বাবে আপুনি উৎসাহী হৈ থাকিব ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশো সলনি হ’ব ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷

কৰ্কট ৰাশি: ব্যৱসায়ত আজি লাভৰ সম্ভাৱনা আছে ৷ আমদানি-ৰপ্তানিৰ কামতো লাভ পাব পাৰে ৷ কোনো পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দুপৰীয়াৰ পিচত কিছু এলেহুৱা অনুভৱ কৰিব পাৰে ৷ কাম কৰিবলৈ মন নাযাব পাৰে ৷ চকুৰ ৰোগৰ বাবে হোৱা সমস্যা বাঢ়িব পাৰে ৷ পৰিয়ালৰ সদস্যৰ বাবে ধন খৰচ কৰি সুখী হ’ব ৷ যান-বাহন আৰু ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক ৷ এই সময় ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাভাৱিক ৷

সিংহ ৰাশি: আজি নতুন কাম আৰম্ভ কৰাৰ বাবে এটা ভাল দিন ৷ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ সকলোৱে শলাগ ল’ব ৷ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ পৰা উপহাৰ লাভ কৰিব পাৰে ৷ ব্যৱসায়ত নতুন যোগাযোগৰ পৰা ভৱিষ্যতে লাভৰ সম্ভাৱনা থাকিব ৷ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে সুখৰ মুহূৰ্ত কটাব পাৰিব ৷ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ সুখদায়ক যাত্ৰা হ'ব ৷ ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো ভাল ৷

কন্যা ৰাশি: আপোনাৰ ব্যৱসায়ৰ পৰা আন লোকেও আৰ্থিকভাৱে লাভৱান হ’ব পাৰিব ৷ আপোনাৰ ইতিবাচক শক্তি আনৰ বাবেও প্ৰেৰণাদায়ক হ’ব ৷ আজি এক দীঘলীয়া যাত্ৰালৈ যোৱাৰ সম্ভাৱনা আছে ৷ স্বাস্থ্যৰ বিষয়ত সাৱধান হওক ৷ দূৰৰ আত্মীয়ক লগ পাব পাৰে ৷ দুপৰীয়া কিছু কামত বিষয়াসকলে আপোনাক সহায় কৰিব ৷ বিবাহিত দম্পতীৰ মাজত সুখ আৰু শান্তি বিৰাজ কৰিব ৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা ৷ সামাজিক জীৱনত সন্মান লাভ কৰিব ৷

তুলা ৰাশি: আজি আপোনাৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক ৷ আজি নতুন কাম আৰম্ভ কৰাৰ বাবে অনুকূল সময় নহয় ৷ অতিৰিক্ত কামৰ বাবে আপুনি এলাহ আৰু মানসিক উদ্বেগ অনুভৱ কৰিব ৷ আজি ভ্ৰমণ ত্যাগ কৰক ৷ ধৰ্মীয় কামত ব্যস্ত থাকিব ৷ প্ৰিয় বন্ধু বা আত্মীয়ৰ লগত কথা পাতি মনটোৱে সুখী অনুভৱ কৰিব ৷ ব্যৱসায়ত আৰ্থিক লাভ ৷ নতুন কামৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হ’ব ৷ আপোনাৰ পত্নীৰ সৈতে হোৱা মত বিৰোধৰ সমাধান হ’ব ৷

বৃশ্চিক ৰাশি: পুৱা আপুনি শাৰীৰিকভাৱে সুস্থ আৰু মানসিকভাৱে সুখী অনুভৱ কৰিব ৷ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ক’ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ দুপৰীয়াৰ পিচত কোনো কথাই চিন্তাত পেলাব পাৰে কাৰ্যালয় বা ব্যৱসায়ত কাম অসম্পূৰ্ণ হোৱাৰ বাবে চিন্তিত হৈ থাকিব ৷ কাৰোবাৰ সৈতে কথা-বতৰা বা বিবাদৰ পৰা আঁতৰি থাকক ৷ যাত্ৰাত বাধা আহিব পাৰে ৷ আধ্যাত্মিকতা আৰু ঈশ্বৰৰ উপাসনাত মন সুখী হৈ থাকিব ৷ পাৰিবাৰিক জীৱনৰ চিন্তা দূৰ হ’ব ৷

ধনু ৰাশি: আজি মনটো সুখী হ’ব, কিন্তু শৰীৰটো এলেহুৱা যেন অনুভৱ হ’ব ৷ ইয়াৰ বাবে আপোনাৰ কাম পৰিকল্পনা অনুসৰি সম্পূৰ্ণ নহ’বও পাৰে ৷ বহু কাম আধৰুৱা হৈ থাকিব পাৰে ৷ অৱশ্যে দুপৰীয়াৰ পিচত পৰিস্থিতি দ্ৰুতগতিত উন্নত হ’ব ৷ এই সময়ছোৱাত আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ পাৰিবাৰিক জীৱন মধুৰ হৈ পৰিব ৷ ব্যৱসায় বা চাকৰি সম্বন্ধে ভ্ৰমণলৈ যাবলগীয়া হ’ব পাৰে ৷ বহিঃৰাজ্যত বাস কৰা আত্মীয়ৰ পৰা ভাল খবৰ পাব ৷ স্বাস্থ্যৰ চিন্তা দূৰ হ’ব ৷

মকৰ ৰাশি: আজি আপুনি নিজৰ আচৰণেৰে কাৰোবাৰ হৃদয় জয় কৰিব পাৰিব ৷ কোনো ক্ষেত্ৰত ধন বিনিয়োগ কৰিব পাৰে ৷ আজিৰ গোটেই দিনটো আনন্দৰে পাৰ হ'ব ৷ আপোনাৰ চাকৰিত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব ৷ দুপৰীয়াৰ পিচত ৰোগীৰ স্বাস্থ্যৰ উন্নতি সাধন হ’ব আৰু অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ’ব ৷ পৰিয়ালৰ সৈতেও হাঁহি আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব ৷ আজি আপুনি আপোনাৰ পৰিয়ালৰ প্ৰয়োজনত ধন খৰচ কৰি সুখ লাভ কৰিব ৷ এই সময় ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ ৷

কুম্ভ ৰাশি: আজি ছাত্ৰ-ছাত্ৰী, শিল্পী আৰু ক্ৰীড়াবিদৰ বাবে এক শুভ দিন ৷ পিতৃ আৰু চৰকাৰৰ পৰা ভাল খবৰ লাভ কৰিব ৷ আপোনাৰ মনোবলো আজি সবল হৈ থাকিব ৷ কৰ্মত বাধা দূৰ হ’ব ৷ আপোনাৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ বিনিয়োগৰ বাবে ডাঙৰ পৰিকল্পনা কৰিব পাৰে ৷ আজিৰ বাবে ভ্ৰমণ পিছুৱাই দিয়ক ৷

মীন ৰাশি: আজি দিনটোৰ বেছিভাগ সময় কাল্পনিক জগতত কটাব ৷ ইয়াৰ দ্বাৰা আপোনাৰ কামৰ সঠিক দিশ লাভ কৰিব ৷ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷ দৈনন্দিন কামৰ ওপৰতো আত্মবিশ্বাস বৃদ্ধি পাব ৷ আজি ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ভাল দিন ৷ শিশুৰ অগ্ৰগতিৰ লগে লগে মন সুখী হ’ব ৷ পিতৃৰ পৰা কোনো লাভ হ’ব ৷ প্ৰেম জীৱন শুভ হ’ব ৷ আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব ৷

লগতে পঢ়ক: এই সপ্তাহত বহুকেইটা ৰাশিৰ ব্যৱসায়ত উন্নতি...শিক্ষাৰ্থীসকলে লাভ কৰিব পৰিশ্ৰমৰ ফল...চাওক কেনে যাব আপোনাৰ এই সপ্তাহটো ? - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.