ETV Bharat / bharat

Daily horoscope for 20th January: কেনে যাব আপোনাৰ আজিৰ দিনটো

author img

By ETV Bharat Assamese Team

Published : Jan 20, 2024, 7:05 AM IST

Updated : Jan 23, 2024, 12:00 PM IST

Daily horoscope for 20th january: কেনে যাব আপোনাৰ আজিৰ দিনটো

Daily horoscope for 20th January
কেনে যাব আপোনাৰ আজিৰ দিনটো

মেঘৰাশি : আজিৰ দিনটো আপুনি উৎসাহ-উদ্দীপনাৰে আৰম্ভ কৰিব । আপোনাৰ মানসিক আৰু শাৰীৰিক শক্তিয়ে আপোনাক হতাশ হ’বলৈ নিদিয়ে । ঘৰুৱা পৰিৱেশে ভাল হৈ থাকিব । আজি আপুনি আপোনাৰ বন্ধু আৰু প্ৰিয়জনক লগ পোৱাৰ যোগ । অৱশ্যে মধ্যাহ্নৰ পিচত স্বাস্থ্যৰ কিছু পৰিৱৰ্তন আহিব পাৰে । পৰিয়ালৰ লোকৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে । অধিক মাত্ৰাত ভোজন নকৰিব । নিজৰ কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখক ।

বৃষৰাশি : আপোনাৰ বিভ্ৰান্ত মনে আপোনাক অশান্তি দিয়াৰ সম্ভাৱনা আছে । পানীলগা-কাঁহ-জ্বৰ হ’ব পাৰে । ধৰ্মীয় কামত খৰছ হ’ব পাৰে । প্ৰিয়জনৰপৰা বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে মধ্যাহ্নৰ পিচত আপুনি এই সমস্যাবোৰৰ কিছু সকাহ পাব পাৰে, যাৰ ফলত আপুনি প্ৰবল উৎসাহেৰে কাম কৰি যাব পাৰিব । বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে । আপোনাৰ ঘৰুৱা পৰিৱেশ উখল-মাখল হৈ থকাৰ সম্ভাৱনা আছে ।

মিথুনৰাশি : বন্ধুৰ পৰা উপকৃত হোৱাৰ দিন । নতুন ব্যক্তিৰ সৈতে আপোনাৰ বন্ধুত্ব হোৱাৰ সম্ভাৱনা আছে, যিসকলে হয়তো অদূৰ ভৱিষ্যতে আপোনাক উপকাৰ কৰিব পাৰে । আজি আপোনাৰ আৰ্থিক লাভ আশা কৰাতকৈও অধিক । হয়তো সৰু-সুৰা ভ্ৰমণো কৰিব পাৰে । চৰকাৰী লাভ পোৱাৰো সম্ভাৱনা আছে । মধ্যাহ্নৰ পিচত সজাগ হৈ থকাটো ভাল । ধৰ্মীয় ক্ৰিয়াকলাপত অতিমাত্ৰা যুক্ত হৈ থকাটো ভাল নহ’বও পাৰে, আপোনাৰ কাৰণে সামান্য ক্ষতিকাৰকো হ’ব পাৰে । যিকোনো বিষয়ত হেতা-ওপৰা কৰাৰ পৰা দূৰত থাকক । আৰ্থিক লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধানে থাকক ।

ককৰ্ট ৰাশি : আপুনি নিজৰ পেছা আৰু ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ দিশবোৰ লৈ আলোচনা কৰিব পাৰে যিয়ে আজিৰ দিনটোক স্মৰণীয় কৰি তুলিব । অতিৰিক্ত কামৰ হেঁচাত আপুনি ভাগৰি যাবও পাৰে, পিছে পিছবেলালৈ কিছু সকাহ পাব । বন্ধুসকলৰ সৈতে লগ হোৱাৰ যোগ লগতে সৰু-সুৰা ভ্ৰমণো কৰিব পাৰে । সামাজিক কৰ্তব্যই আপোনাক হয়তো ব্যস্ত ৰাখিব ।

সিংহৰাশি : আজি আপুনি হয়তো উদ্বিগ্ন হৈ থাকিব ৷ মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱাও অনুভৱ কৰিব পাৰে । অনাৱশ্যক কাজিয়া বিবাদ এৰাব চলিবলৈ মনটোক ক্ষান্ত কৰি ৰাখক । কাজিয়াত জড়িত হৈ পৰিলে আপোনাৰ চাৰিওফালে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ’ব পাৰে । কাৰ্যালয়ত আপুনি নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিব পাৰে ।

কন্যাৰাশি : আজি আপুনি গভীৰভাৱে যিকোনো কথা চিন্তা কৰিব পাৰে । কাজিয়া এৰাই চলিবলৈ নিজৰ কথা-বতৰাত নিয়ন্ত্ৰণ ৰাখক । আপোনাৰ স্বাস্থ্য অলপ বেয়া হ’ব পাৰে । দিনটোৰ পিছলৈ আপুনি সৰু-সুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । আপুনি হয়তো কোনো ধৰ্মীয় বা শুভ অনুষ্ঠানলৈ যাবলৈ সমৰ্থ নহ’বও পাৰে ।

তুলাৰাশি : আজি আপুনি কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰে । প্ৰিয়জনক লগ পাই আপুনি আনন্দ লাভ কৰিব । দাম্পত্য জীৱনৰ সন্তুষ্টিয়ে আপোনাৰ মুখত হাঁহি বিৰিঙিয়াব । নিজৰ কথা-বতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক । আধ্যাত্মিক ক্ৰিয়াকলাপ সম্পন্ন হোৱাৰ যোগ আছে ।

বৃশ্চিকৰাশি : আজি আপুনি বিভিন্ন ধৰণৰ কাম-কাজত ব্যস্ত হৈ থাকিব । গোটেই দিনটো খুব উৎসাহৰ মাজেৰে পাৰ হ’ব যেন লাগিছে । কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে । আজি আপুনি আন দিনৰ তুলনাত অধিক মানুহক লগ পোৱাৰ যোগ যাৰ ফলত নানা ধৰণৰ জ্ঞানলাভ হ’ব আৰু ভাৱধাৰাৰ আদান-প্ৰদানো হ’ব । আজি আপোনাৰ দাম্পত্য জীৱনো সুখেৰে ভৰি পৰিব । প্ৰশংসিত হ’ব আপুনি ।

ধনুৰাশি : ৰাতিপুৱা শিথিলতা অনুভৱ কৰিব পাৰে । কাম কৰাৰ নামত অ’ত ত’ত দৌৰি ফুৰিবলগীয়া হ’ব পাৰে । আপুনি যিমান কঠোৰ পৰিশ্ৰম কৰিব, ফল তাতকৈ কম পাব । পিছেবেলালৈ আপুনি মানসিক আৰু শাৰীৰিকভাৱে কিছু সকাহ পাব । দিনটো আপুনি বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আনন্দেৰে কটাব । আজি আপুনি ধৰ্ম-কৰ্মৰ কামত জড়িত হ’ব পাৰে । আৰ্থিক লাভৰো যোগ আছে ।

মকৰৰাশি : অত্যধিক অনুভূতিশীল আৰু আৱেগিক হৈ নপৰিব । সম্পত্তি আৰু মাটিবাৰী সম্বন্ধীয় বিষয় এৰাই চলক । আজি আপুনি মানসিক অস্থিৰতাত ভুগিব পাৰে, সেয়ে স্বাস্থ্যৰ প্ৰতি সচেতন হওক । আঁকোৰগোজ স্বভাৱ এৰাই চলক । অলপ নমনীয় হওঁক । সন্তানক লৈ দুশ্চিন্তাত ভুগিব । চৰকাৰী ক্ষেত্ৰত আৰু নিজৰ ঊৰ্ধ্বতনসকলৰ সৈতে কাম কৰি সফলতা পাব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক ।

কুম্ভৰাশি : নতুন কাম হাতত লোৱাৰ বাবে আজি আপুনি হয়তো উদগণি পাব । কিন্তু আপোনাৰ মন যিহেতু তৎক্ষণাত সলনি হৈ যায়, সেয়ে গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নলয় যেন । দিনটো লেখকসকলৰ কাৰণে ভাল । সন্ধিয়ালৈ পৰিস্থিতি সলনি হ’ব । আপুনি আজি আৰ্থিক প্ৰতিবন্ধকতাত পৰিব পাৰে । কোনোবাই আপোনাক কথা বা আচৰণেৰে মনত আঘাত দিব পাৰে । সম্পত্তি সম্বন্ধীয় বিষয় এৰাই চলক । আধ্যাত্মিকতাই আপোনাৰ উদ্বেগ হ্ৰাস কৰিব ।

মীনৰাশি : দিনটো অলপ ক্ষতিকৰ হ’ব পাৰে ৷ গ্ৰহসমূহ আশা কৰাৰ দৰে সক্ৰিয় নহয় যেন আভাস হয় । অত্যধিক আৰ্থিক ব্যয়ে আপোনাক বিৰক্ত কৰিব পাৰে । কথা কওতে সচেতন হওক; নতুবা অপ্ৰত্যাশিত পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে । কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’ব পাৰে । বিভ্ৰান্ত মনৰ বাবে শুদ্ধ সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ অভাৱ হ’ব পাৰে ।

Last Updated : Jan 23, 2024, 12:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.