মেষ ৰাশি :দিনটো শুভ ৷ সন্তানৰ যতন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ সুখী অনুভৱ কৰিব ৷ দিনটো মানসিকভাৱে শান্তি লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷ ব্যয় বৃদ্ধি ৷
বৃষ ৰাশি :খৰচ বৃদ্ধি ৷ মানসিক অশান্তি হʼব পাৰে ৷ নতুন কাৰ্মত লাভান্বিত হ’ব ৷ সৰু-সুৰা ভ্ৰমণত যাব পাৰে ৷ জনপ্ৰিয়তা বৃদ্ধি পাব ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো কঠিন হ’ব পাৰে ৷
মিথুন ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ যোগাসন আৰু ধ্যান কৰি মানসিক চিন্তাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক ৷ সন্তানৰ যতন লওক ৷
কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ অৱনতি ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখক ৷ ব্যয় সীমিত হ’ব ৷ অত্যধিক ব্যয়ে আৰ্থিকভাৱে জুৰুলা কৰিব পাৰে ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো কঠিন হ’ব পাৰে ৷
সিংহ ৰাশি :দিনটো শুভ ৷ ন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ আয়-ব্যয় বৃদ্ধি ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব, সফল হʼব ৷ সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ সুখী অনুভৱ কৰিব ৷ দিনটো মানসিকভাৱে শান্তি লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব ৷ ব্যয় বৃদ্ধি ৷
কন্যা ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ আবেলি প্ৰায় ভাল হʼব ৷ ধন-সম্পত্তিৰ পৰা অধিক আমদানি হʼব ৷