মেষ ৰাশি :দিনটো কিছু কঠিন ৷ বিপদ হ’ব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ কৰ্ম উন্নত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, ইয়াৰ প্ৰভাৱ কর্মত পৰিব ৷ পৰাপক্ষত আৰাম কৰক ৷
বৃষ ৰাশি : দিনটটো মধ্যমীয়া ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰমৰ মাজতো আনন্দিত হ’ব ৷ নিজৰ ব্যৱসায় বা কর্মত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷
মিথুন ৰাশি :কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্ৰা হʼব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল ৷ পৰিয়ালৰ পৰা সহায় লাভ ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ টকা-পইচা বৃদ্ধি ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । সন্ধিয়াটো নিজৰ প্ৰেমৰ লগত কটাব ৷
সিংহ ৰাশি :দিনটো শুভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ চিন্তাধাৰাবোৰ ভাল | প্ৰশংসা লাভ ৷ ব্যস্ত কাৰ্যসূচীৰৰ মাজতো সময় উলিয়াই প্ৰেমত মনোযোগ দিয়ক ৷ খৰচ বৃদ্ধি ৷
কন্যা ৰাশি :কিছু আৱেগিক চিন্তাধাৰাৰ সৈতে যুঁজিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ থাককক ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লওক ৷