অসম

assam

ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল - DAILY HOROSCOPE FOR 22ND NOVEMBER

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

Daily Horoscope For 22nd November 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Nov 22, 2024, 1:03 PM IST

মেষ ৰাশি: আজি আপুনি আপোনাৰ ক্ৰোধ আৰু আগ্ৰাসনক নিয়ন্ত্ৰণ ৰখাটো মংগল হ’ব । কাজিয়া-বিবাদ এৰাই চলক । ব্যয় নিয়ন্ত্ৰণ কৰি ৰাখক । কিছুদিনলৈ ভ্ৰমণ এৰাই চলক ।

বৃষ ৰাশি:দিনটো অত্যন্ত শুভ ৷ নতুন কাম আৰু উদ্যোগ হাতত ল’ব পাৰে ৷ বৃত্তিধাৰী আৰু ব্যৱসায়ীসকলৰ কাৰণে দিনটো লাভদায়ক ৷ প্ৰশংসা লাভ কৰিব ৷ মৰম আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি: কর্ম ব্যস্ততা বৃদ্ধি ৷ কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ যোগাসন কৰক ৷ জীৱনত মনে বিচৰা কাম কৰিলে সফলতা লাভ কৰিব পাৰে ৷

কৰ্কট ৰাশি:আৱেগক নিয়ন্ত্ৰণ কৰক ৷ কৰ্মত মনোযোগ দিয়ক ৷ লক্ষ্য সফল ৷ কঠোৰ পৰিশ্ৰম ফল লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

সিংহ ৰাশি: নিজৰ ওপৰত ভাৰসা ৰাখক, লক্ষ্য সফল ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷ ব্যৱসায় বৃদ্ধি ৷

কন্যা ৰাশি: দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ বহুতো ব্যক্তি সৈতে সংযোগ স্থাপন হ’ব পাৰে ৷ মন পছন্দ কাৰ্যই আনন্দিত কৰি তুলিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

তুলা ৰাশি: শিল্পী প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ নতুন কাৰ্ম বা ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷

বৃশ্চিক ৰাশি: দিনটো প্ৰায় শুভ ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ ভাল কৰ্মৰ ফল লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷

ধনু ৰাশি:কৰ্ম-ব্যৱসায় অধিক ব্যস্ত হʼব পাৰে ৷ কর্ম-ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ যোগাসন কৰক ৷ মানসিক শান্তি লাভ হ’ব ৷

মকৰ ৰাশি:দিনটো কিছু খেলিমেলি হʼব পাৰে ৷ জ্যেষ্ঠ জনৰ পৰামর্শ গ্ৰহণ কৰক ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷

কুম্ভ ৰাশি:দিনটো মধ্যমীয়া ৷ শিক্ষার্থী সকলৰ বাবে শুভদিন ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ কর্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷

মীন ৰাশি: খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্ম জীৱনৰ লগতে ব্যক্তিগত জীৱনটো পৰিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ শান্ত হৈ কৰ্ম কৰক ৷

ABOUT THE AUTHOR

...view details