Assam Sahitya Sabha: অসম সাহিত্য সভাৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা চলি থাকোতেই সভাপতিৰ নামৰ তালিকা কোনে কৰিলে প্ৰকাশ ? | Read More
Assam Live News: অসম Wed Nov 06 2024 শেহতীয়া আপডেট
Published : 5 hours ago
|Updated : 20 minutes ago
কোনে প্ৰকাশ কৰিলে সভাপতিৰ তালিকা ? একো গমেই নাপায় সাহিত্য সভাৰ সভাপতিয়ে !
আকৌ বিতৰ্কত ডি চি বৰ্ণালী ডেকা; চি জে এম আদালতে দিলে গোচৰ দাখিলৰ নিৰ্দেশ
মানসিকভাৱে হাৰাশাস্তি চলাই অহাৰ অভিযোগ উত্থাপনৰ পিচতো জিলা আয়ুক্তৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ নলবাৰী সদৰ আৰক্ষী থানাত কিয় পঞ্জীয়ন হোৱা নাছিল ? | Read More
সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীক 'সুধাকণ্ঠ ভূপেন হাজৰিকা সংহতি বঁটা' প্ৰদান
অসমৰ কৃষ্টি, সংস্কৃতি, আধ্যাত্মিকতা আৰু সংহতিৰ বাবে জীৱনজোৰা প্ৰচেষ্টা অব্যাহত ৰখা শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাক গোলাঘাট আছুৰ সন্মান প্ৰদান । | Read More
কটা নাযায় দীঘলীপুখুৰীৰ গছ ! ৰবীন্দ্ৰ ভৱনৰ ওচৰতেই ৰৈ যাব উৰণ সেতু- মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা
Dighalipukhuri protest: তীব্ৰ প্ৰতিবাদৰ অন্তত মুখ্যমন্ত্ৰী ঘোষণা কৰিলে যে দীঘলীপুখুৰীৰ গছবোৰ নকটাকৈয়ে নিৰ্মাণ হ'ব উৰণ সেতু । কিন্তু কেনেকৈ ? | Read More
খোদ দিছপুৰতে ১০০ শতাংশ কাম-কাজ ইংৰাজীত চলে: পলাশ চাংমাইৰ ক্ষোভ
ৰাজ্যজুৰি চলিছে ভাষা গৌৰৱ সপ্তাহ ৷ জিলাই জিলাই আয়োজন কৰা হৈছে ভিন্ন কাৰ্যসূচী ৷ চৰকাৰৰ পদক্ষেপত ক্ষোভ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । | Read More
গভীৰ সংকটত শিক্ষাৰ্থী: বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিলেও এবছৰে নিযুক্তি দিয়া নাই উপাচাৰ্য
যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়খন এবছৰ পূৰ্বেই বিশ্ববিদ্যালয়লৈ উন্নীত হৈছিল । কিন্তু এবছৰে উন্নয়ন নহ'ল আন্তঃগাঁথনিৰ । নিযুক্তি দিয়া নাই উপাচাৰ্যও ৷ | Read More
দ গাঁত খান্দি আমি সোমাই আছিলোঁ...ভয় লাগিছিল চীনাই মাৰি পেলাই বুলি...’৬২ ৰ চীনা যুদ্ধৰ ইতিহাস সুঁৱৰিলে এগৰাকী আইতাই
ভাৰত-চীন যুদ্ধৰ ভয়াৱহ ইতিহাসে আজিও বহুতৰে বুকু কঁপাই তোলে ৷ সেই সময়ত কেনেকৈ অসমৰ ৰাইজে ৰক্ষা কৰিছিল নিজক ? এগৰাকী আইতাৰ মুখেৰে শুনো আহক- | Read More
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল... | Read More