অসম

assam

ETV Bharat / state

Live Assam News: Sun Oct 20 2024 অসমৰ তাজা খবৰ

By Assam Live News Desk

Published : 8 hours ago

Updated : 2 hours ago

Etv Bharat
Etv Bharat (Etv Bharat)

02:10 PM, 20 Oct 2024 (IST)

বিহালীকলৈ বিৰোধী ঐক্যত আউল লগাৰ সম্ভাৱনা

Bye Election 2024: উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত কেৱল শাসকীয় পক্ষতে নহয় বিৰোধীৰ মাজতো প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে । | Read More

ETV Bharat Live Updates - OPPOSITION UNITY CLASHES

12:52 PM, 20 Oct 2024 (IST)

মীন পালনৰে কিদৰে লাভান্বিত হ'ব পাৰি ?

Self Reliant : মাছৰ পোনা উৎপাদনেৰে ৰাজ্যৰ লগত বহিঃৰাজ্যৰ বজাৰ দখল এজন অসমীয়াৰ । নাহৰকটীয়া চাচনীৰ এগৰাকী মীন পালকৰ কথাৰে এই প্ৰতিবেদন । | Read More

ETV Bharat Live Updates - SELF RELIANT

11:49 AM, 20 Oct 2024 (IST)

কিয় বন্ধ হ'ল কমলাবাৰী-নিমাতী পাৰঘাট ?

Majuli Ferry Service : অস্বাভাৱিকভাৱে ক্ষীপ্ৰ গতিত শুকাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । বন্ধ হ'ল কমলাবাৰী-নিমাতী পাৰঘাট । | Read More

ETV Bharat Live Updates - BRAHMAPUTRA WATER LEVEL

08:53 AM, 20 Oct 2024 (IST)

বিগত ৫ বছৰত শোণিতপুৰ আৰু চিৰাঙত ২৭ টা হাতীৰ মৃত্যু

Elephant death: শোণিতপুৰ জিলাত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে । বন্যপ্ৰাণী সংস্থাই মুকলি কৰিছে হাতী এপ । | Read More

ETV Bharat Live Updates - ELEPHANT DEATH

07:20 AM, 20 Oct 2024 (IST)

উপ-নিৰ্বাচন শেষ নোহোৱালৈ নগাঁৱত এইবোৰ কাম কৰিব নোৱাৰিব !

Assam Assembly Bye election 2024: নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । | Read More

ETV Bharat Live Updates - PROHIBITORY ORDER FOR BYE ELECTION

07:07 AM, 20 Oct 2024 (IST)

কোটি টকা ব্যয়েৰে গুৱাহাটীত সংস্থাপন হ'ব ২০০০ টা CCTV কেমেৰা, ৭৫০ স্থান চিহ্নিত

CCTV cameras: ১৭৮কোটি টকা ব্যয়েৰে গুৱাহাটীত সংস্থাপন কৰা হ'ব ২০০০টা CCTV কেমেৰা ৷ তথ্য মতে, CCTV কেমেৰাৰ বাবে ইতিমধ্যে ৭৫০ স্থান চিহ্নিত কৰা হৈছে ৷ | Read More

ETV Bharat Live Updates - ASSAM GOVERNMENT PLANS

12:28 AM, 20 Oct 2024 (IST)

ধনু ৰাশিৰ লোকে লওক স্বাস্থ্যৰ যতন...আজি সকলো ক্ষেত্ৰতে সাৱধান হওক এই ৰাশিৰ লোক...চাওক আজিৰ দিনটোৰ ৰাশিফল

আজি ৰাশি সলনি কৰি বৃষ ৰাশিত বিৰাজ কৰিব চন্দ্ৰই ৷ ইয়াৰ ফলত কেনে প্ৰভাৱ পৰিব আপোনাৰ ৰাশিত ? জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল... | Read More

ETV Bharat Live Updates - DAILY HOROSCOPE
Last Updated : 2 hours ago

ABOUT THE AUTHOR

...view details