ETV Bharat / state

Assam Today Live - News Updates: অসম Sun Oct 13 2024 শেহতীয়া খবৰ

author img

By Assam Live News Desk

Published : Oct 13, 2024, 8:48 AM IST

Updated : Oct 13, 2024, 10:54 PM IST

Etv Bharat
Etv Bharat (Etv Bharat)

10:52 PM, 13 Oct 2024 (IST)

মঙলদৈত ১০০খন প্রতিমা বিসৰ্জন, ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন

Vijaya Dashami 2024: অশ্ৰুসিক্ত নয়নেৰে দেৱীক বিদায় । ম্লান পৰিল পূজা মণ্ডপ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - VIJAYA DASHAMI 2024

10:52 PM, 13 Oct 2024 (IST)

চূণচালি জয়পুৰ ঘাটত ৪৫খন প্ৰতিমা-ঘট বিসৰ্জন

Durga Idol immersion: দুদিনীয়াকৈ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ । নিশালৈ চলিল বিসৰ্জন পৰ্ব । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DURGA PUJA 2024

10:23 PM, 13 Oct 2024 (IST)

মা দুৰ্গাক বিদায়, ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন

Vijayadashami-2024: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বাক্সাতো পৰম্পৰাগত ভাবে দেৱী বিসৰ্জন । বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহন । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DURGA IDOL IMMERSION

09:25 PM, 13 Oct 2024 (IST)

জৰীপ নোহোৱা সহস্ৰাধিক গাঁৱৰ ৰাইজে বসুন্ধৰা ৩.০ৰ যোগেদি লাভ কৰিব ভূমিৰ স্বত্ব

Mission Bashundhara 3.0: মিছন বসুন্ধৰা ৩.০ৰ যোগেদি ভূমি সংক্ৰান্তীয় সমস্যা দূৰ কৰাৰ প্ৰয়াস । ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা ৩.০ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - CM HIMANTA BISWA SARMA

09:26 PM, 13 Oct 2024 (IST)

গাংমৌথানৰে কি সম্পৰ্ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ

Sankardev Janmotsav: ঐতিহ্যমণ্ডিত গাংমৌথানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ তম জন্মজয়ন্তী উদযাপন । নাম-প্ৰসংগৰ লগতে বৰগীত, সত্ৰীয়া নৃত্য পৰিৱেশন । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - SANKARDEV JANMOTSAV

09:07 PM, 13 Oct 2024 (IST)

যোৰহাটৰ পূজাডুবি ঘাটত নিশাও অব্যাহত থাকিব প্ৰতিমা বিৰ্সজন

Durga Puja 2024 : অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় । পূজা মণ্ডপত ম্লান পৰিল ঢাক-ঢোল শব্দ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - JORHAT

09:04 PM, 13 Oct 2024 (IST)

উজনিৰ পৰা নামনিলৈ গুৰুজনাৰ জন্মজয়ন্তী পালন

Sankardev Janmotsav: ৰাজ্যজুৰি হৰি নামৰ ধ্বনি । গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সত্ৰ-নামঘৰত ভিন্ন কাৰ্যসূচী । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - SANKARDEV JANMOTSAV OBSERVED

09:02 PM, 13 Oct 2024 (IST)

দেৱীৰ বিদায় ক্ষণত একতাৰ এনাজৰীক প্ৰশংসাৰে ওপচালে শ্ৰমমন্ত্ৰীয়ে

Vijaya Dashami 2024: অশ্ৰুসিক্ত নয়নেৰে দশভুজাক বিদায় । প্ৰতিমা বিসৰ্জনৰ দৃশ্য চাবলৈ সমাগম অগণন ভক্তৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DHEMAJI

08:09 PM, 13 Oct 2024 (IST)

অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ সন্মানাৰ্থে ৰাজ্য চৰকাৰৰ উদ্যোগত ভাষা গৌৰৱ সপ্তাহ

Bhasha Gaurav Week: অসম চৰকাৰে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ পালন কৰিব ভাষা গৌৰৱ সপ্তাহ ৷ অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিতক জনোৱা হ’ব শ্ৰদ্ধা ৷ | Read More

07:05 PM, 13 Oct 2024 (IST)

দশভূজাৰ বিদায় পৰ্বত মণ্ডপে মণ্ডপে আনন্দৰ মাজতে বিসৰ্জনৰ আবেগ

Durga Puja 2024 : অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় । বিদায়পৰ্বৰ বিষাদৰ মাজতে সকলোৱে নাচ-গান কৰি আনন্দত মতলীয়া । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - HOJAI

06:50 PM, 13 Oct 2024 (IST)

সন্ধানহীন লোকক ঘূৰাই পোৱাৰ আশাত গছৰ তলত পূজা

Superstition : মাছ মাৰিবলৈ যোৱাৰ পিচত সন্ধানহীন হোৱা গঞাক বিচাৰি অপশক্তিক সন্তুষ্ট কৰিবলৈ ৰাইজে আয়োজন কৰিলে পূজা । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DHEMAJI

05:32 PM, 13 Oct 2024 (IST)

বিজয়া দশমীত বিধায়ক চক্ৰধৰ গগৈয়ে কি আহ্বান জনালে ৰাইজক ?

Durga Idol immersion : বিজয়া দশমীত ভক্তই দেৱীক জনালে বিদায় । প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰতিমা বিসৰ্জন । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DIBRUGARH

04:25 PM, 13 Oct 2024 (IST)

অশ্ৰুসিক্ত নয়নেৰে বছৰটোলৈ বিদায় দিলে মা দুৰ্গাক

Durga Idol immersion: অন্ত পৰিল শাৰদীয় দুৰ্গোৎসৱৰ । বছৰটোলৈ বিদায় মা দুৰ্গাক । মহানগৰীৰ ২৭ টা ঘাটত অনুষ্ঠিত হৈছে দেৱীৰ বিসৰ্জন । | Read More

02:26 PM, 13 Oct 2024 (IST)

অৰুণাচলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি ৰাজনাথ সিঙৰ

Defence Minister Rajnath Singh: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ ৰাইজ তথা নিৰাপত্তা বাহিনীৰ সুবিধাৰ্থে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰে । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - DEFENCE MINISTER RAJNATH SINGH

02:08 PM, 13 Oct 2024 (IST)

গুৰপতৱন্ত সিং পান্নুনক সকীয়নি কিৰেণ ৰিজিজুৰ

Kiren Rijiju: অৰুণাচলক চীনৰ ভূখণ্ড বুলি দাবী কৰা শিখ বিচ্ছিন্নতাবাদী নেতা গুৰপতৱন্ত সিং পান্নুনক কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - KIREN RIJIJU

01:03 PM, 13 Oct 2024 (IST)

লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ভাতৃৰ আত্মহনন

MLA Manab Deka: ঘৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মানৱ ডেকাৰ ভাতৃ কল্যাণ ডেকাৰ মৃতদেহ । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - LAKHIMPUR MLA

09:36 AM, 13 Oct 2024 (IST)

অৰুণাচলত আবদ্ধ নগাঁৱৰ ১৯ গৰাকী শ্ৰমিক; ঘৰলৈ আহিব খুজিলেই কোম্পানীয়ে বিচাৰে আঠ লাখ টকা !

Labourers stranded: নগাঁৱৰ বিভিন্ন অঞ্চলৰ প্ৰায় ১৯ গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছে অৰুণাচলত । মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে ভুক্তভোগী শ্ৰমিকৰ পৰিয়ালে । | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - LABOURERS STRANDED IN ARUNACHAL

08:26 AM, 13 Oct 2024 (IST)

মণ্ডপে মণ্ডপে পূজা উপভোগ মুখ্যমন্ত্ৰীৰ; বিসৰ্জনস্থলী পৰিষ্কাৰ কৰাৰ আহ্বান ৰাইজক

Durga Puja 2024: ৪ দিনত ৬০ খনৰো অধিক পূজাস্থলী দৰ্শন মুখ্যমন্ত্রী ড৹ শৰ্মাৰ ৷ বিজয়া দশমীৰ বাবে ৰাইজলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ ৷ | Read More

ETV Bharat Live Updates
ETV Bharat Live Updates - ASSAM CM VISITS PUJA PANDALS

08:36 AM, 13 Oct 2024 (IST)

চূণচালি ঘাটত শনিবাৰে ১৭ খন পূজাৰ প্ৰতিমা বিসৰ্জন; দেওবাৰেও অব্যাহত থাকিব বিসৰ্জন প্ৰক্ৰিয়া

Durga Idol immersion: দুদিনীয়াকৈ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা গুৱাহাটীত । চূণচালিত প্ৰথম দিনা প্ৰায় ১৭ খন পূজাৰ প্ৰতিমা বিসৰ্জন । | Read More

Last Updated : Oct 13, 2024, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.