বিৰাট নে অনুষ্কা ? উপাৰ্জনৰ ক্ষেত্ৰত কোন আগবাঢ়ি আছে ? - What is the net worth of Anushka
![](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-02-2024/1200-675-20665016-thumbnail-16x9-anushka.jpg)
Virat-Anushka net worth: তাৰকা দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা । নিজ নিজ ক্ষেত্ৰত নাম অৰ্জন কৰা এই দম্পতী উপাৰ্জনৰ ক্ষেত্ৰতো আগবাঢ়ি আছে । দুয়োৰে সম্পত্তিৰ মূল্য কিমান জানো আহক এই প্ৰতিবেদনত ৷
Published : Feb 4, 2024, 5:53 PM IST