বিচ্ছেদ ঘটিল এজাজ খান আৰু পবিত্ৰা পুনিয়াৰ সম্পৰ্ক । (সৌজন্য- ইনষ্টাগ্ৰাম). বিচ্ছেদ ঘটিল এজাজ খান আৰু পবিত্ৰা পুনিয়াৰ সম্পৰ্ক । (সৌজন্য- ইনষ্টাগ্ৰাম). অভিনেত্ৰী পবিত্ৰা পুনিয়াই নিজেই প্ৰকাশ কৰিছে এজাজ খানৰ সৈতে ব্ৰেকআপৰ কথা ।. পবিত্ৰা পুনিয়াই জনোৱা মতে. পাঁচ মাহ পূৰ্বে দুয়োৰে বিচ্ছেদ হৈছে. যোৱা এমাহৰ পৰা পৃথকে পৃথকে বাস কৰি আছে । অভিনেত্ৰীগৰাকীয়ে কয় যে প্ৰতিটো সম্পৰ্কৰ সময়সীমা থাকে ।. অভিনেত্ৰীগৰাকীয়ে কয়. ‘‘বিচ্ছেদৰ সময়ত এজাজে মোক কৈছিল যে মই বিচাৰো আপুনি জীৱনত যি মৰম আৰু সফলতা লাভ বিচাৰে তাক লাভ কৰক ।. পবিত্ৰাই কয়.‘‘আমি দুয়ো বিচ্ছেদ হ’লেও মই তেওঁৰ মংগলৰ বাবে সদায় প্ৰাৰ্থনা কৰিম ।. অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে মই তেওঁক সদায় সন্মান কৰিম ।. বিগ বছ ১৪ত পবিত্ৰা পুনিয়া আৰু এজাজ খানৰ লগ হৈছিল ।. এই শ্ব’টোৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ।. এজাজ আৰু পবিত্ৰাই ব্ৰেকআপৰ পিচত ইগৰাকীয়ে সিগৰাকীৰ ফটো ছ’চিয়েল মিডিয়াৰ পৰা ডিলিট কৰা নাই ।