মোৰাজী দেশাইৰ নামত সৰ্বাধিক ১০ বাৰ বাজেট দাখিল কৰাৰ অভিলেখ আছে ।. পি চিদাম্বৰমে ৯ বাৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিছে ।. প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে বিত্তমন্ত্ৰী হিচাপে ৮ বাৰ বাজেট উত্থাপন কৰিছিল ।. চিডি দেশমুখে ৭ বাৰ বাজেট উপস্থাপন কৰিছিল ।. যশৱন্ত সিনহাই ৭ বাৰ বাজেট উপস্থাপন কৰিছে ।. বিত্তমন্ত্ৰী হিচাপে ৬ বাৰ বাজেট উত্থাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ।. যশৱন্ত ৰাও চৌহানে ৫ বাৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিছিল ।. অৰুণ জেটলীয়ে সংসদত ৫ বাৰ বাজেট উপস্থাপন কৰিছিল ।. এইবাৰ একেৰাহে ষষ্ঠবাৰৰ বাবে বাজেট উপস্থাপন কৰিব নিৰ্মলা সীতাৰমণে ।