গুৱাহাটীত অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰ অতি বিখ্যাত ৷ (সৌজন্য-ইনষ্টাগ্ৰাম). শেহতীয়াকৈ মা কামাখ্যা দৰ্শন কৰিবলৈ বলীউডৰ বহু চেলিব্ৰিটি ইয়ালৈ আহিছিল ৷ (সৌজন্য-ইনষ্টাগ্ৰাম). এতিয়া মা কামাখ্যা দেৱীৰ দৰ্শন আৰু আশীৰ্বাদ বিচাৰি মন্দিৰলৈ উপস্থিত হৈছে অসম কন্যা তথা জনপ্ৰিয় টিভি অভিনেত্ৰী দেৱলীনা । (সৌজন্য-ইনষ্টাগ্ৰাম). মাৰ দৰ্শন কৰাৰ পিচত অভিনেত্ৰীগৰাকীয়ে মন্দিৰৰ ভিতৰৰ বহু ছবি শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত ৷ (সৌজন্য-ইনষ্টাগ্ৰাম). মন্দিৰৰ প্ৰাংগণৰ বহু ছবি শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । (সৌজন্য-ইনষ্টাগ্ৰাম). কিছুমান চেলফিও লোৱা দেখা গৈছে. য’ত অভিনেত্ৰীগৰাকীক অতি সুখী দেখা গৈছে ।(সৌজন্য-ইনষ্টাগ্ৰাম). মন্দিৰ দৰ্শনৰ বাবে অভিনেত্ৰীগৰাকীয়ে বাছি লৈছিল হালধীয়া ৰঙৰ ছুট আৰু তাৰ ওপৰত বেইজ ৰঙৰ চুৱেটাৰ । (সৌজন্য-ইনষ্টাগ্ৰাম). অভিনেত্ৰীগৰাকীয়ে হাতত মাতাৰ ৰঙা ৰঙৰ চুনৰি আৰু কপালত তিলক আৰু ডিঙিত ফুলৰ মালা পৰিধান কৰা দেখা গৈছে । (সৌজন্য-ইনষ্টাগ্ৰাম)