এংগেজমেণ্ট কৰিলে এমি জেকচনে ৷ (সৌজন্য-ইনষ্টাগ্ৰাম). দীৰ্ঘদিন ধৰি এড ৱেষ্টউইকক ডেট কৰি আছিল এমি জেকচনে । দুয়োকে প্ৰায়ে ইগৰাকীয়ে সিগৰাকীৰ সৈতে দেখা গৈছিল । (সৌজন্য-ইনষ্টাগ্ৰাম). এতিয়া এমিয়ে দীৰ্ঘদিনীয়া প্ৰেমিক এডৰ সৈতে বাগদান কৰিলে ৷ যাৰ ফটো অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰিছে । (সৌজন্য-ইনষ্টাগ্ৰাম). এড ৱেষ্টউইকে বৰফৰ মাজত এমিক বিয়াৰ প্ৰস্তাৱ দিয়ে আৰু আঁঠু লৈ আঙঠি পিন্ধাই । (সৌজন্য-ইনষ্টাগ্ৰাম). চুইজাৰলেণ্ডৰ ধুনীয়া উপত্যকাৰ মাজত এনে এটা ৰোমান্টিক প্ৰস্তাৱ দিয়াৰ পিচত এমিয়ে প্ৰস্তাৱ গ্ৰহণ কৰে । (সৌজন্য-ইনষ্টাগ্ৰাম. এমিয়ে শ্বেয়াৰ কৰা ফটোসমূহৰ ওপৰত মন্তব্য কৰি অৰি. কিয়াৰা আদৱানী আৰু আথিয়া শ্বেট্টীয়ে এমিক অভিনন্দন জনাইছে । (সৌজন্য-ইনষ্টাগ্ৰাম). এড পেছাত এজন অভিনেতা আৰু তেওঁ গছিপ গাৰ্ল ছবিখনত অভিনয় কৰিছে । (সৌজন্য-ইনষ্টাগ্ৰাম). এমিয়ে ২০২২ চনত এডৰ সৈতে প্ৰেমৰ সম্পৰ্ক ঘোষণা কৰিছিল । (সৌজন্য-ইনষ্টাগ্ৰাম)