ভাৰত বায়'টেকৰ কাৰ্যবাহী অধ্যক্ষ ড৹ কৃষ্ণ এলাক সন্মানীয় 'ডীন মেডেল' প্ৰদান - Deans Medal to Dr Krishna Ella - DEANS MEDAL TO DR KRISHNA ELLA
Deans Medal to Dr. Krishna Ella : ড৹ কৃষ্ণ এলাক মেৰিলেণ্ডৰ বাল্টিমোৰত অনুষ্ঠিত ব্লুমবাৰ্গ স্কুল সমাৱৰ্তনত ডীন পদক প্ৰদান কৰা হয় । এই সন্মান গ্ৰহণ কৰি ড৹ কৃষ্ণ এলাই কয় যে এয়া হৈছে ভাৰতত বিজ্ঞান আৰু প্ৰযুক্তিৰ স্বীকৃতি ।