বাৰিষা অহাৰ লগে লগে আমাৰ গৰমে গৰমে বড়জাতীয় খাদ্য খাবলৈ ইচ্ছা বাঢ়ি যায় ৷ তেনেস্থলত আজি আমি আপোনালোকৰ বাবে এনে এক সহজ বড়ৰ ৰেচিপি লৈ আহিছো যাক তৈয়াৰ কৰাটোও সহজ আৰু খাবলৈও অতি সুস্বাদু ৷ তেন্তে চাও আহক ইয়াক কেনেকৈ তৈয়াৰ কৰিব পাৰি ৷
আপুনিও নিশ্চয় বহুবাৰ ব্ৰেকফাষ্টত চাহৰ সৈতে চিৰা খাইছে । ই কেৱল এবিধ লঘু খাদ্যই নহয় বৰঞ্চ ইয়াৰ সোৱাদো আচৰিত ধৰণৰ । সেয়ে আজি আমি আপোনালোকৰ বাবে চিৰাৰে তৈয়াৰ কৰিব পৰা এবিধ কাটলেটৰ সহজ ৰেচিপি লৈ আহিছো যি মচমচীয়া হোৱাৰ লগতে, স্বাস্থ্যকৰ আৰু খাবলৈও অতি সুস্বাদু । জানো আহক ৰেচিপি-